DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন দিল্লীত অমিত শ্বাহে স্থাপন কৰিলে কাৰ্বি আৰু ডিমাছা ভৱনৰ আধাৰশিলা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2019 6:19 pm
নতুন দিল্লীত অমিত শ্বাহে স্থাপন কৰিলে কাৰ্বি আৰু ডিমাছা ভৱনৰ আধাৰশিলা
6.5k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত নতুন দিল্লীৰ দ্বাৰকাত কাৰ্বি ভৱন আৰু ডিমাছা ভৱনৰ আধাৰশিলা স্থাপন কৰে।

কাৰ্বি আংলং স্বীয়ত্ত শাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত এই ভৱন নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে।

আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমানৰ চৰকাৰৰ লক্ষ্য হৈছে উত্তৰ-পূবৰ সৰ্বাংগীন উন্নয়ন সাধন কৰা।

অসম এতিয়া সৰ্বাংগীন বিকাশৰ দিশত আগুৱাই গৈছে বুলি উল্লেখ কৰি শ্বাহে লগতে কয় যে ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সম-উন্নয়ন আৰু সম-মৰ্যাদা প্ৰদান কৰি আগুৱাই লৈ যোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ।

সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নতুন দিল্লীত কাৰ্বি ভৱন আৰু ডিমাছা ভৱন নিৰ্মাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ফলশ্ৰুতিত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা তিনিখনৰ জনাসাধাৰণৰ লগতে সামগ্ৰিকভাৱে অসমৰ জনসাধাৰণ উপকৃত হ’ব।

আজি এই ভৱন দুটাৰ আধাৰশিলা স্থাপন কৰাৰ বাবে অমিত শ্বাহৰ লগতে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা ডিমা হাছাও আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ক্ৰমে দেৱলাল গাৰ্লোচা আৰু তুলিৰাম ৰংহাঙক ধন্যবাদ জনায়।

কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়া আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাং, স্বায়ত্ত শাসিত পৰিষদ দুটাৰ মুখ্য কাৰ্যবাহী সদস্যকে বহু কেইগৰাকী সাংসদ, বিধায়ক উপস্থিত থাকে।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd