• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ জনজাতীয় সংগঠনৰ সৈতে নতুন দিল্লীত আজি গৃহ মন্ত্ৰী অমিত শ্বাহৰ CAA সন্দৰ্ভত বৈঠক

CAA-ৰ পৰা মুক্তি বিচাৰি নিজৰ নিজৰ দাবী লৈ উপস্থিত থাকিব ত্ৰিপুৰা আৰু মেঘালয়ৰ বিজেপিৰ মিত্ৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2020 7:33 am
Amit-Shah-1-750x375

অমিত শ্বাহ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি নতুন দিল্লীত গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সংগঠনবোৰক লগ কৰি CAA সন্দৰ্ভত আলোচনা কৰিব।

সংগঠনবোৰৰ ভিতৰত ত্ৰিপুৰাত বিজেপিৰ সৈতে চৰকাৰত থকা আৰু বিতৰ্কিত আইনখনৰ তীব্ৰ বিৰোধিতা কৰি অহা ইণ্ডিজেনাছ পীপলছ ফ্ৰণ্ট অব ত্ৰিপুৰা (আই পি এফ টি)ও থাকিব।

Apply Now

মেঘালয়ৰ পৰা কনৰাড চাংমায়ে মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সৰ এটা প্ৰতিনিধি দলক নেতৃত্ব দি এই বৈঠকত উপস্থিত থাকিব।

আই পি এফ টিৰ ৪জনীয়া দলটোক প্ৰতিনিধিত্ব কৰিব দলটোৰ মুৰব্বী নৰেন্দ্ৰ চন্দ্ৰ দেৱবাৰ্মাই। দলৰ সাধাৰণ সম্পাদক মেৱাৰ কুমাৰ জামাতীয়াও থাকিব প্ৰতিনিধি দলটোত।

আই পি এপ টিৰ উপৰি ত্ৰিপুৰাত আইনখনৰ বিৰোধিতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা জে এম এ চি এ বিৰ (Joint Movement Against Citizenship Amendment Bill) প্ৰধান দাবী হ’ব ৰাজ্যখনক বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনৰ আওতাৰ পৰা বাহিৰত ৰখা।

এই দাবী লৈ জে এম এ চি এ বিৰ প্ৰতিনিধি দল এটা ইতিপূৰ্বে গৃহ মন্ত্ৰীক লগ কৰিবলৈ নতুন দিল্লীত বাহৰ পাতি আছে।

আনহাতে চাংমাৰ প্ৰধান দাবী হ’ব ৰাজ্যখনৰ সকলো অংশতে ইনাৰ লাইন পাৰ্মিট বলৱৎ কৰা, নেতাজনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

উল্লেখ কৰিব পাৰি যে গৃহ মন্ত্ৰীয়ে পূৰ্বে এখন ৰাজহুৱা সভাত মন্তব্য কৰিছিল যে কনৰাড চাংমাক তেওঁ খ্ৰীষ্টমাচৰ পিছতে তেওঁলোকৰ সমস্যাবোৰ সম্পৰ্কত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিছে।

অৱশ্যে বিতৰ্কিত আইনখনৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা আৰু আটাইতকৈ তীব্ৰ প্ৰতিবাদ হোৱা অসমৰ কোনো দলক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱাৰ কথা জানিব পৰা হোৱা নাই।

ত্ৰিপুৰা আৰু মেঘালয়ত বিজেপিৰ মিত্ৰ দল হৈও আই পি এফ টি বা কনৰাড চাংমাৰ দলে আইনখনৰ বিৰুদ্ধে যুঁজ দি থকাৰ বিপৰীতে অসমত মিত্ৰ দল অগপই কেতিয়াবাই ৰাষ্ট্ৰীয় দলটোৰ ওচৰত আত্মসমৰ্পণ কৰি বিষয়টোত সুবিধাজনক নীৰৱতা অৱলম্বন কৰিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd