• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2022 1:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Homeless beggar property more than Rs 5 crore তেওঁ কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী। তেওঁৰ আছে নিজা ঘৰো। কিন্তু তেওঁ নিজে তাত নাথাকে, ভাড়া দিয়ে। সেই ভাড়া মাহে এক লাখ টকাতকৈও অধিক। এনে ধৰণৰ ধন-সম্পত্তি থকা স্বত্বেও তেওঁ নিজে ফুটপাথত বাস কৰে আৰু নিয়মীয়াকৈ ভিক্ষাও কৰে। লণ্ডনৰ ৰাস্তাত পোৱা গৈছে তেনে এজন কোটিপতি ভিক্ষাৰী। বিষয়টো ‘দ্য টাবু ৰুম’ নামৰ এটা সংস্থাই নিৰ্মাণ কৰা এখন তথ্যচিত্ৰত পোহৰলৈ আহিছে এই ঘটনা। কোটিপতি ফুটপাথৰ বাসিন্দাৰ নাম ডম।

তথ্য চিত্ৰখনৰ মতে, ডমৰ পৈতৃক ঘৰটোৰ বজাৰ মূল্য ৫ কোটি টকাতকৈও অধিক। তেওঁ সেই ঘৰটোত কিয় বাস নকৰে? ডমে নিজ মুখে কয় যে ইয়াৰ কাৰণ হৈছে তেওঁৰ ড্ৰাগছ আসক্তি। ১৩ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে গাঁজা টানিছিল। তাৰ পৰা আৰম্ভ কৰি লাহে লাহে অধিক বিভিন্ন প্ৰকাৰৰ নিচাৰ প্ৰতি আসক্তি বৃদ্ধি পায়।

লগতে পঢ়ক: সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই

Apply Now

ডমে ১৭-১৮ বছৰ বয়সৰ পৰা হেৰোইন গ্ৰহণ কৰা আৰম্ভ কৰিছিল। ইয়াৰ মাজতে সাত বছৰ ধৰি আসক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰাটোৱেও কোনো সহায় নকৰিলে। তেওঁ এতিয়াও নিয়মীয়াকৈ ড্ৰাগছ গ্ৰহণ কৰিব লাগে। তাৰ বাবে তেওঁক ধনৰ প্ৰয়োজন। কিন্তু কাম কৰি টকা উপাৰ্জন কৰাটো তেওঁৰ বাবে কঠিন। গতিকে  নিজৰ ঘৰ ভাড়াত দিয়াৰ সিদ্ধান্ত লয়। ডমে দাবী কৰে যে তেওঁ মাহে প্ৰায় ১ লাখ ২৭ হাজাৰ টকা ঘৰভাড়া পায়। কিন্তু এই সকলোবোৰ ড্ৰাগছৰ নামত যায়।

ডমে বাকী খৰচৰ বাবে প্ৰতিদিনে ভিক্ষা কৰে। তাৰ পৰা পঁচিশৰ পৰা ত্ৰিশ হাজাৰ টকা উপাৰ্জন কৰে। তাৰেই তেওঁৰ চলি যায়। অৱশ্যে, ডমে স্বীকাৰ কৰে যে এনেদৰে জীয়াই থকাটো সঁচাকৈয়ে কঠিন।

লগতে পঢ়ক: মানুহৰ মগজুত চিপ লগাই অন্ধত্ব আৰু পক্ষাঘাত নিৰাময়! আশ্চৰ্যজনক দাবী এলন মাস্কৰ

তেওঁ লগতে দাবী কৰে যে তেওঁ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব বিচাৰে। কিন্তু আত্মীয়সকলে আৰু তেওঁৰ সৈতে কোনো যোগাযোগ কৰা নাই। তেওঁৰ আনকি কোনো বন্ধুও নাই। তেওঁ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ ড্ৰাগছ এৰি দিব বুলিও জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd