• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিভ্ৰমী মৌ পালনেৰে লাখ লাখ টকা উপাৰ্জন; স্বাৱলম্বিতাৰ নিদৰ্শন এইগৰাকী মৌ পালক

চানু গগৈ by চানু গগৈ
January 1, 2021 7:25 am
Bee farming

ফটো: নৰ্থইষ্ট নাও।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী মৌ পালক। নাম তেওঁৰ অৰুণ মিত্ৰ।মৰিগাঁও জিলাৰ সীমামূৰীয়া কামৰূপ জিলাৰ ১নং ঔজাৰী গাঁৱৰ এই গৰাকী উদ্যমী মৌ পালকে পৰিভ্ৰমী পদ্ধতিৰে যোৱা ২০১০ চনৰে পৰা পালন কৰি আহিছে ভাৰতীয় আৰু ইটালীয়ান প্ৰজাতিৰ মৌ।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত মৌ বাহ সমূহ কঢ়িয়াই মৌ পালন কৰি আহিছে। একেদৰে এই বছৰো মৌ পালক গৰাকীয়ে মায়ঙৰ কালশিলা পথাৰত সৰিয়হৰ খেতিৰ মাজত মেলিছে মৌৰ বাহ।

Apply Now

মৌ পালক গৰাকীয়ে ইটালীয়ান প্ৰজাতিৰ ৫০ চাক আৰু ভাৰতীয় প্ৰজাতিৰ ৩০ চাক মৌ পালন কৰিছে।

এনেদৰে প্ৰতিবছৰে মৌ পালক গৰাকীয়ে পৰিভ্ৰমী পদ্ধতিৰে সৰিয়হ, ধনীয়া, কুজী তিল, তিলৰ খেতিৰ লগতে লিচু, ৰবৰ বাগান আদিত মৌ ফাৰ্ম খুলি বছৰি ইটালীয়ান মৌৰ পৰা ২০-২৫ কুইণ্টল আৰু ভাৰতীয় মৌৰ পৰা ৪-৫ কুইণ্টল মৌ উপাৰ্জন কৰি আহিছে।

ইয়াৰোপৰি তেওঁ প্ৰতি চাক ইটালীয়ান মৌ আৰু বাহ সহ ৭-৮ হাজাৰ টকা আৰু ভাৰতীয় প্ৰতি চাক মৌ আৰু বাহ সহ ৩ হাজাৰৰ পৰা ৩৫০০ শ টকাত বিক্ৰী কৰিও ভাল উপাৰ্জন কৰাৰ লগতে বহুকেইগৰাকী লোকক কৰ্মমসংস্থাপন দিবলৈ সক্ষম হৈছে।

আনহাতে, তেওঁৰ মৌৰ বাহ নিৰ্মাণ কৰা এটা ক্ষুদ্ৰ উদ্যোগো আছে।মুঠতে এইগৰাকী মৌ পালকে মৌ ৰস আৰু বাহ সহ মৌ চাক বিক্ৰী কৰি বছৰি ৮-১০লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছে।

তেওঁৰ মৌ ৰস,মৌ আৰু মৌ বাহ ৰাজ্যখনৰ উপৰিও মেঘালয়, নগালেণ্ড, অৰুণাচল, দক্ষিণ ভাৰত আদি লৈয়ো গৈছে।

ছাত্ৰ জীৱনতে ষাঠি টকাত মৌ বাহ কিনি মৌ পালন অব্যাহত ৰখা উদ্যমী লোকজনে বিভিন্ন সময়ত এই সন্দৰ্ভত কেইবাটাও প্ৰশিক্ষণ লৈছিল। তাৰ পাছৰে পৰা ব্যৱসায় ভিত্তিত দেশী আৰু বিদেশী প্ৰজাতিৰ মৌ পালন কৰি অধিক লাভাম্বিত হৈছে।

তেওঁ বৰ্তমান সময়ত নিবনুৱা যুৱক-যুৱতী সকলে চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি মৌ পালন কৰি অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ তৈয়াৰ কৰিব পৰা আমাৰ অসমত সুন্দৰ পৰিবেশ আছে বুলি দোহাৰি নিৱনুৱাসকলক ওলাই আহিবলৈ আহ্বান জনায়।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am
N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am
N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd