DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসক অস্থায়ী কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
May 25, 2020 5:05 pm
cotton university assam

কটন বিশ্ববিদ্যালয়। ছবি- shillong timesৰ।

35.5k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ত বিভিন্ন ঠাইত আৱদ্ধ লোক সকল নিজ ৰাজ্যলৈ উভতি অহাৰ সময়তে চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা কৰা কোৱাৰেণ্টাইন কেন্দ্ৰৰ আসন হ্ৰাস পাই আহিছে।

ৰাজ্যৰ সীমিত কোৱাৰেণ্টাইন সুবিধাৰ আসন কিছু পৰিমাণে বৃদ্ধি কৰাৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কামৰূপ মহানগৰ জিলাৰ তিনিখন শিক্ষা প্ৰতিষ্ঠান কোভিড-১৯ কেয়াৰ বা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে কটন বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ আবাস আৰু ছাত্ৰী নিবাসত এতিয়াৰে পৰা বাহিৰৰ পৰা অহা লোকসকলক কুৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰিছে।

ইয়াৰোপৰি, পশ্চিম বৰাগাঁওৰ প্ৰাগজ্যোতিষ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, পূব বৰাগাঁৱৰ চেইণ্ট ফ্ৰান্সিছ ডি এছিছি হাইস্কুলকো আজি সন্ধিয়াৰ পৰা কোৱাৰেন্টাইন চেণ্টাৰলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, অসম চৰকাৰে জিলা প্ৰশাসনৰ সহযোগত বিভিন্ন জিলাৰ বিদ্যালয়, মহাবিদ্যালয় সমূহক অস্থায়ী কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd