DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

আৰক্ষীৰ বৃহৎ সফলতা: আন্ত: ৰাজ্যিক গাঞ্জা সৰবৰাহকাৰী চক্ৰ উৎখাত; ১,৪০০ কিলো গাঞ্জা জব্দ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2022 5:10 pm
cannabis
125
VIEWS
Share on FacebookShare on Twitter

গাঞ্জাৰ চোৰাং সৰবৰাহৰ লগত জড়িত এটা আন্তঃৰাজ্যিক চক্ৰ উৎখাত কৰিছে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে। চক্ৰটোৰ পৰা প্ৰায় ১,৪০০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি অন্ধ্ৰ প্ৰদেশৰ ভাইজাগ এজেন্সিৰ পৰা মধ্য প্ৰদেশলৈ এখন লৰীত পৰিবহণ কৰা হৈছিল। আৰক্ষীয়ে ইতিমধ্যে গাঞ্জাসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

“আমি এখন লৰী, গাড়ীৰ সৈতে সামগ্ৰীখিনি জব্দ কৰিছিলো আৰু গাঞ্জা পৰিবহণ কৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছো। গাড়ীখন পাইলট বাহন হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু গাঞ্জাখিনি বগা সামগ্ৰীটো লৰীখনত পৰিবহণ কৰা হৈছিল।” অতিৰিক্ত আৰক্ষী অধীক্ষক এ শ্ৰীনিবাস ৰাৱে সংবাদ মাধ্যমক জনায়।

তেওঁ লগতে কয়, “আমি দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছো। তেওঁলোকৰ ওপৰত অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে আৰু আদালতত হাজিৰ কৰা হ’ব।”

আৰক্ষী বিষয়াজনে লগতে কয় যে বেংকৰ শাখাসমূহত অভিযুক্ত ব্যক্তিকেইজনৰ একাউণ্ট জব্দ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই একাউণ্টসমূহৰ যোগেদি অপৰাধত নিয়োজিত লোকসকললৈ লাখ লাখ টকা স্থানান্তৰ কৰিছিল বুলি প্ৰকাশ কৰা হৈছে।

ঘটনাটোত এজন ক্ৰেতা, বিক্ৰেতা, মধ্যস্থতাকাৰী আৰু পৰিবহণকাৰীকে ধৰি মুঠ পাঁচজন অভিযুক্ত জড়িত আছে বুলি আৰক্ষী বিষয়াজনে লগতে উল্লেখ কৰে।

ইতিমধ্যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে বাকী কেইজনকো গ্ৰেপ্তাৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd