DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

“প্ৰধানমন্ত্ৰী মোদী -গৃহমন্ত্ৰী অমিত শ্বাহ হিন্দু হোৱাৰ পিছতো কিদৰে হিন্দু সংকটত পৰিছে”: বিজেপিলৈ প্ৰশ্ন শেল তেজস্বী যাদৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2022 9:02 am
Tejaswi Yadav attacks BJP
180
VIEWS
Share on FacebookShare on Twitter

দেশত হিন্দু সংকটত বুলি প্ৰচাৰ কৰি হিন্দুত্ববাদী ৰাজনীতিৰ জৰিয়তে জনতাক আভুৱা ভাৰি অহা বিজেপিক এইবাৰ তীব্ৰ প্ৰশ্ন শেলেৰে আক্ৰমণ কৰিছে বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱে।

বিজেপিক আক্ৰমণ কৰি বিৰোধী দলপতি তেজস্বী যাদৱে প্ৰশ্ন কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ নিজে হিন্দু হোৱাৰ সময়ত দেশৰ হিন্দুসকল কেনেকৈ বিপদত পৰিছে।

তদুপৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু প্ৰতিৰক্ষা বিভাগৰ তিনিওটা শাখাৰ সকলো মুৰব্বী হিন্দু হোৱাৰ পিছতো দেশত হিন্দু সম্প্ৰদায় কেনেকৈ বিপদত আছে বুলিও প্ৰশ্ন কৰে যাদৱে।

মঙ্গলবাৰে পৰশুৰাম জয়ন্তী উপলক্ষে পাটনাত ভূমিহাৰ আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকসকলৰ এক সমাৱেশক সম্বোধন কৰি তেজস্বীয়ে কয় যে বিজেপিয়ে ইচ্ছাকৃতভাৱে এটা ভুল আখ্যান প্ৰচাৰ কৰি আছে।

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, কৃষকৰ সমস্যা আৰু প্ৰব্ৰজনৰ দৰে প্ৰকৃত বিষয়ৰ পৰা জনতাক আঁতৰাই ৰাখিবলৈয়ে বিজেপিয়ে হিন্দুসকল বিপদত আছে বুলি প্ৰচাৰ কৰিছে বুলিও মন্তব্য কৰে যুৱ নেতা জনে।

বিহাৰত বিজেপিৰ ভোটবেংক হিচাপে বিবেচিত ভূমিহাৰ আৰু ব্ৰাহ্মণ সম্প্ৰদায়ক বিজেপিৰ এই অপ-প্ৰচাৰত ভোল নগৈ আৰজেডিক সমৰ্থন কৰিবলৈ আহ্বান জনায় যাদৱে।

Recent News

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd