• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

হৃদৰোগী সকলে কেনেকৈ নিজৰ যত্ন ল’ব? জানি লওঁক কেইটামান দৰকাৰী কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2025 4:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি জীৱনশৈলীৰ পৰিবৰ্তনৰ বাবে সঘনাই হৃদৰোগত ভোগা দেখা যায়। খুব কম বয়সতে হৃদৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও শেহতীয়াকৈ বাঢ়ি আহিছে। সেয়ে সকলোৱে সাৱধান হোৱা উচিত। হৃদতন্ত্ৰৰ স্বাস্থ্য ভালে ৰখাৰ বাবে সকলোৱে কিছুমান কথা মনত ৰখা দৰকাৰ। সেয়ে আজি আপোনালোকলৈ লৈ আহিছে হৃদতন্ত্ৰৰ যত্ন সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ তথ্য –

১। ঔষধৰ সময়মতে সেৱন

ক) চিকিৎসকে দিয়া ঔষধবোৰ সময়মতে খাব লাগে। ঔষধ এৰাই চলিলে বা সময়ত নাখালে সমস্যা হ’ব পাৰে।

Apply Now

২। সঠিক খাদ্যাভ্যাস

ক) কম চৰ্বিযুক্ত আৰু কম লৱণযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে

খ) শাক-পাচলি, ফল-মূল, গোট শস্য আদি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে।

গ) প্ৰ’চেচড খাদ্য, ফাষ্ট ফুড, মদপান আৰু ধূমপান এৰাই চলিব লাগে।

 ৩। শাৰীৰিক কাৰ্যকলাপ

ক) চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যায়াম কৰিব লাগে, যেনে খোজ কঢ়া, যোগাভ্যাস আদি।

খ) হৃদৰোগীয়ে কষ্টকৰ অথাৎ কঠোৰ ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম কৰা উচিত নহয়।

৪। মানসিক চাপ নিয়ন্ত্ৰণ

ক) মানসিক চাপ হৃদৰোগৰ বাবে ক্ষতিকৰ। ধ্যান, যোগাভ্যাস, বা আন কোনো কাৰ্যকলাপৰ জৰিয়তে চাপ নিয়ন্ত্ৰণ কৰিব লাগে।

৫। নিয়মীয়া চেক-আপ

ক) চিকিৎসকৰ সৈতে নিয়মীয়া চেক-আপ কৰিব লাগে। ৰক্তচাপ, ক’লেষ্টেৰল, আৰু শৰীৰৰ অন্যান্য দিশসমূহত মনোযোগ দিব লাগে।

৬। ধূমপান আৰু মদ্যপান ত্যাগ

ক) ধূমপান আৰু মদ্যপান হৃদৰোগৰ বাবে অতি বিপদজনক। ইয়াক সম্পূৰ্ণৰূপে ত্যাগ কৰিব লাগে।

৭। ওজন নিয়ন্ত্ৰণ

ক) স্বাস্থ্যকৰ ওজন বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। অতিৰিক্ত ওজনে হৃদৰোগ সম্ভাৱনা বৃদ্ধি কৰে।

৮। পৰ্যাপ্ত বিশ্ৰাম

ক) পৰ্যাপ্ত সময় টোপনি যাব লাগে। নিদ্ৰাহীনতা হৃদৰোগৰ বাবে ক্ষতিকৰ।

৯। লক্ষণসমূহৰ প্ৰতি সচেতন হ’ব লাগে

ক) বুকুৰ বিষ, শ্বাসকষ্ট, অত্যধিক ঘাম ওলোৱা আদি লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

১০। পৰিয়ালৰ সহায়

ক) পৰিয়ালৰ সদস্যসকলে হৃদৰোগীৰ যত্ন লোৱাত সহায় কৰিব লাগে। মানসিক সমৰ্থনো অতি গুৰুত্বপূৰ্ণ।

হৃদৰোগীৰ যত্ন লোৱাটো এক ধৈৰ্য্য আৰু দায়িত্বৰ কাম। চিকিৎসকৰ পৰামৰ্শমতে চলিলে হৃদৰোগী এজনে সুস্থ জীৱন যাপন কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd