• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰত জনসাধাৰণে আস্থা ৰাখিব বুলি কেনেকৈ আশা কৰিছে? মুখ্য ন্যায়াধীশৰ প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2019 11:17 pm
How can you expect people to have faith in your governance amidst this chaos? Asks CJI Gogoi

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ইমান বেমেজালিৰ মাজত আপোনাৰ চৰকাৰৰ ওপৰত জনসাধাৰণৰ আস্থা থকাটো কিদৰে আশা কৰিছে?”, অসমৰ দিতেনচন কেম্প সন্দৰ্ভত হোৱা এক শুনানিত মঙলবাৰে চলিচিতৰ জেনেৰেলক এই প্ৰশ্ন কৰিছে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

বিদেশীৰ সমস্যাই দীৰ্ঘদিন ধৰি অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি অহাৰ বিপৰীতে এতিয়ালৈকে মাত্ৰ ৫২ হাজাৰ লোককহে বিদেশী ন্যায়াধিকৰণে “বিদেশী” বুলি ঘোষণা কৰা আৰু তাৰো মাত্ৰ ১৬৬ গৰাকীকহে এই পৰ্য্যন্ত বহিষ্কাৰ কৰা বুলি চৰকাৰে দাখিল কৰা শপতনামাক লৈ এই মৌখিক প্ৰশ্ন কৰিছে মুখ্য ন্যায়াধীশে।

Apply Now

“এই ৫২ হাজাৰ ঘোষিত বিদেশীৰ ভিতৰত মাত্ৰ ১৬৬ গৰাকীকহে বিতাড়ণ কৰা হৈছে? ইমান বছৰে আপোনালোকে কি কৰি আছে?… তাৰোপৰি তেওঁলোকৰ ৰাষ্ট্ৰীয়তা নিশ্চিত হোৱাৰ পিছতো কি হৈছে, সংশ্লিষ্ট ৰাষ্ট্ৰই তেওঁলোকক ঘূৰাই ল’বলৈ অস্বীকাৰ কৰিছে?”, অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা ভাৰতৰ চলিচিতৰ জেনেৰেল তুচাৰ মেহতাক প্ৰশ্ন ন্যায়াধীশ গগৈৰ।

অসমৰ দিতেনচন কেম্পসমূহত দশকধৰি বিদেশীসকলক বন্দী কৰি ৰখাক লৈ অসন্তুষ্টি ব্যক্ত কৰে মুখ্য ন্যায়াধীশৰ লগতে ন্যায়াধীশদ্বয় এল নাগেশ্বৰ ৰাও আৰু সঞ্জীৱ খান্নাৰদ্বাৰা গঠিত বিচাৰপীঠখনে।

“এই মানুহখিনিক ইমান বছৰে আটক কৰি ৰখাটোক আপোনালোকে কিদৰে ন্যায্যতা দিছে?…দিতেনচনৰ সময়সীমা ন্যূনতম হ’বই লাগিব—এই কথাটোৰ বাবে আমি এমেৰিকান ৰায় এটা উল্লেখ কৰাৰ কোনো প্ৰয়োজন নাই!”, মুখ্য ন্যায়াধীশৰ মন্তব্যৰ উদ্ধৃতি লাইভ ল-ৰ। অসমৰ দিতেনচন কেম্পত বৰ্তমান মুঠ ৯৩৮ গৰাকী লোকক আটক কৰি ৰখা হৈছে আৰু তাৰে ৮২৩গৰাকী ইতিমধ্যে “বিদেশী”ৰূপে ঘোষিত বুলি সৰ্বোচ্চ ন্যায়ালয়ক জনাইছিল কেন্দ্ৰই।

অসম দিতেনচন কেম্পসমূহে মানৱ অধিকাৰ ঊলংঘন কৰা বুলি সমাজকৰ্মী হৰ্ষ মান্দেৰে দাখিল কৰা লেখ আবেদনখন (Writ Petition (Civil) No. 1045/2018)ৰ বাবে এই শুনানি অনুষ্ঠিত হৈছিল।

অহা ১৩ মাৰ্চত এই সন্দৰ্ভত পুনৰ শুনানি ল’ব সৰ্বোচ্চ ন্যায়ালয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd