• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰেমত ঘূৰিছে ভূ-মণ্ডলঃ প্ৰেমৰ দিনত চুম্বনৰ উপকাৰিতাৰ বিষয়ে নজনাকৈ থাকিবনে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2024 8:02 am
Kissing benefits
492
VIEWS
Share on FacebookShare on Twitter

আজি ১৪ ফেব্ৰুৱাৰী, ভেলেন্টাইন ডে’ বা প্ৰেমৰ দিন। প্ৰেমিক-প্ৰেমিকাৰ বাবে এটা বহু অপেক্ষিত দিন। প্ৰেমৰ পৰশেৰে প্ৰেমাস্পদ সকল আন্দোলিত হোৱাৰ দিন।

প্ৰেম প্ৰকাশৰ এক অনন্য মাধ্যম চুম্বন। প্ৰেমৰ এই দিনটোত আজি প্ৰেম প্ৰকাশৰ মাধ্যম চুম্বনৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি নজনাকৈ থাকিবনে!

Interesting Facts About Kissing — Facts About Kissing Someone

প্ৰিয়জনক চুম্বনেৰে আহ্লাদিত হোৱাৰ পূৰ্বে চুম্বনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানিলে নিশ্চয় আপুনি উপকৃত হ’ব। আপুনি জানি আচৰিত হ’ব, এটা চুম্বনে কেইবাটাও ৰোগ আঁতৰাই ৰাখিব পাৰে।

চুম্বনৰ বহুতো গুণ আছে। আপুনি এই গুণ জানেনে?

চুম্বনৰ সময়ত মুখৰ ৩০ টা পেশী চলাচল কৰে। পেশীৰ চলাচলৰ ফলত মুখত ৰক্ত সঞ্চালন বৃদ্ধি হয়। ই ছালখন উজ্জ্বল কৰি তোলে। সৌন্দৰ্য বহুত বৃদ্ধি পায়।

The health benefits of kissing

চুম্বন কৰোঁতে, মন আৰু শৰীৰত উত্তেজনাৰ সৃষ্টি হয়। ই হৃদস্পন্দনৰ হাৰ বৃদ্ধি কৰে। শৰীৰত ৰক্ত সঞ্চালনো বৃদ্ধি হয়। ফলস্বৰূপে, হাৰ্ট এটেকৰ আশংকা হ্ৰাস পায়।

চুম্বনে শৰীৰত চাপ সৃষ্টিকাৰী হৰমন কৰ্টিচোলৰ স্তৰ হ্ৰাস কৰে বুলি জনা যায়। চুম্বনে আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী উন্নত কৰাত সহায় কৰে আৰু ইয়াৰ ফলত কামৰ পিছৰ অৱসাদ আঁতৰ কৰাত সহায় কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd