• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাছৱৰ্ড নিদিয়াকৈ কেনেকৈ শ্বেয়াৰ কৰিব ৱাই-ফাই; চাই লওক এই টিপছ্

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2019 9:15 pm
All villages in India to get free WiFi till March 2020: Ravi Shankar Prasad

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সকলোকে ইন্টাৰনেটৰ প্ৰয়োজন হয়েই। কাৰ্যালয়ৰ কামকে ধৰি ভ্ৰমণলৈকে সকলো সময়তে আমি ইন্টাৰনেট ব্যৱহাৰ কৰো।

অধিক সময়ত আমি ইন্টাৰনেটৰ ব্যৱহাৰ নিজৰ স্মাৰ্ট ফোনৰ মোবাইল ডাটাৰ জৰিয়তে কৰো।

Apply Now

কেতিয়াবা আমাক দ্ৰুত ইন্টাৰনেট সেৱাৰ বাবে ৱাই-ফাইৰ প্ৰয়োজন হয়।

আপোনাৰ ঘৰলৈ অহা বন্ধু বা আলহীয়ে নিশ্চয় আপোনাৰ পৰা ৱাই-ফাইৰ পাছৱৰ্ড বিচাৰে।

কিন্তু আপুনি সকলোৰে সৈতে ৱাই-ফাই পাছৱৰ্ড শ্বেয়াৰ কৰাটো নিশ্চয় নিবিচাৰে।

এনেকুৱা পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ এনেকুৱা টিপছ্ এটা জানি লওক যাৰ দ্বাৰা আপুনি পাছৱৰ্ড শ্বেয়াৰো কৰিব পাৰিব আৰু সন্মুখত থকাজনে একো গমো নাপাব।

এই পদ্ধতিটো হৈছে  QR কোড। আপুনি পাছৱৰ্ডৰ ঠাইত পাছৱৰ্ডৰ QR কোড শ্বেয়াৰ কৰিব পাৰে।

ইয়াৰ দ্বাৰা কেৱল কানেক্ট হোৱাৰ প্ৰক্ৰিয়া দ্ৰুত হোৱাই নহয়, লগতে আপোনাৰ পাছৱৰ্ডো সন্মুখৰজনে জানিব নোৱাৰিব।

মাথোঁ ,সন্মুখত থকা য়ুজাৰজনে QR কোড স্কেন কৰিব লাগিব আৰু তেওঁ লগে লগে ৱাই-ফাইৰ সৈতে কানেক্ট হৈ পৰিব।

এই পদ্ধতি ios আৰু এন্ড্ৰইড য়ুজাৰ দুয়োটাৰ বাবে অতি সহজ।

জানি থওক, এনেকুৱা বহুকেইটা ৱেবছাইট আছে যিয়ে ৱাই-ফাই নাম আৰু পাছৱৰ্ডক QR কোডত কানেক্ট কৰে।

এইক্ষেত্ৰত জনপ্ৰিয় ৱেবছাইট হৈছেঃ www.qrstuff.com আৰু zxing.appspot.com/generator অন্যতম।

এই পদ্ধতিৰে কেনেকৈ কানেক্ট কৰিব ৱাই-ফাই :

১. ওপৰত উল্লেখ কৰা যিকোনো এটা ৱেবছাইটত গৈ ‘WiFi Network’ বা ‘WiFi Login’ৰ অপশ্যন  বাচি লওক।

২. ‘SSID’শাখাত গৈ ৱাই-ফাই নেটৱৰ্কৰ নাম টাইপ কৰক।

৩. ইয়াৰ পাছত ডেডিকেটেড শাখাত পাছৱৰ্ড টাইপ কৰক।

৪. তাৰ পাছত নেটৱৰ্ক টাইপ ছিলেক্ট কৰক। সাধাৰণতে Wi-Fi ইয়াত ‘WPA’ হিচাপে থাকে।

৫. ‘জেনেৰেট’ ত ক্লিক কৰক আৰু QR কোড ডাউনলোড কৰক।

এবাৰ ডাউনলোড হোৱাৰ পাছত আপুনি QR কোডৰ প্ৰিন্ট আউট ল’ব পাৰে। ইয়াক কোনোৱে স্কেন কৰি ৱাই-ফাইৰ সৈতে কানেক্ট কৰিব পাৰে।

iPhone য়ুজাৰে অতি অনায়াসে কেমেৰা এপ অ’পেন কৰাৰ পাছত QR কোডত পইন্ট কৰিব পাৰে। তাৰ পাছত ইয়াত জইন অউশ্যন আহি যাব।

আনহাতে, এণ্ড্ৰইড স্মাৰ্টফোন য়ুজাৰেও এইটো কাম কেমেৰাৰে কৰিব পাৰে।

অৱশ্যে, কিছুমান এণ্ড্ৰইড স্মাৰ্টফোনত এই ফিচাৰ নাহে যদিও এনেকুৱা য়ুজাৰে গুগল প্লে’ ষ্ট’ৰৰ পৰা  QR কোড স্কেনিং এপ ডাউনলোড কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd