• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেধাৱী ছাত্ৰী শ্বেতাৰ জীৱন কেনেকৈ নিৰ্বাপণ কৰিছিল প্ৰেমিক বন্ধুৱে? জানক সম্পূৰ্ণ ঘটনাক্ৰম

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2019 6:42 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ ভিতৰতে শীৰ্ষ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ জীৱন প্ৰেমৰ উমাল অনুভৱৰ বাটেৰে গৈ গৈ কৰুণ মৃত্যু পাইছিলগৈ। শ্বেতাই কেতিয়াও কল্পনাও কৰিব পৰা নাছিল প্ৰিয়জনেই তেওঁৰ মৃত্যুৰ দূত। আহক সমগ্ৰ ঘটনাক্ৰমৰ ওপৰত চকু ফুৰাওঁ-

  • মেধাৱী শ্বেতাই ২০১৫ বর্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষত বাণিজ্যিক শাখাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল।
  • গুৱাহাটীৰ কমাৰ্চ কলেজৰ পৰা তেওঁ এই সফলতা পাইছিল।
  • তাৰপিছত কে চি দাস কমাৰ্চ কলেজত নাম ভৰ্তি।
  • ২০১৭ চনৰ ৪ ডিচেম্বৰ, শ্বেতাৰ জীৱনলৈ নামি আহে অমানিশা।
  • উক্ত দিনা শ্বেতাই বি-কমৰ পঞ্চম ষান্মাসিকৰ পৰীক্ষা শেষ কৰি কে চি দাস কমাৰ্চ কলেজৰ পৰা গৈছিল প্রেমিক গোৱিন্দ সিংঘালৰ ভৰলুমুখৰ ভাড়াঘৰলৈ।
  • প্রেমিক গোবিন্দ সিংঘালে মেধাৱী শ্বেতাক বিবাহৰ প্ৰস্তাৱ আগ বঢ়ায়।
  • গোবিন্দই এই কথাও কৈছিল যে বিয়াৰ পিছত গুৱাহাটী এৰি পশ্চিমবংগৰ শিলিগুৰিত তেওঁলোক পিতৃৰ সৈতে থাকিবগৈ।
  • কিন্তু প্রেমিক গোবিন্দৰ বিবাহৰ আকস্মিক প্ৰস্তাৱক শ্বেতাই প্ৰত্যাখান কৰি কৈছিল প্ৰথমে তাই বি-কম সম্পূৰ্ণ কৰি ল’ব।
  • সেই কথাতে ক্ৰোধান্বিত হৈ গোবিন্দই শ্বেতাৰ মূৰটো দেৱালত খুন্দিয়াই দিছিল। ফলত শ্বেতা থিতাতে অচেতন হৈ পৰি ৰৈছিল আৰু মৃত্যুক আঁকোৱালি লৈছিল।
  • তাৰ পিছত ঘটনাটো লুকুৱাই ৰখাৰ বাবে গোবিন্দই শ্বেতাৰ নিথৰ দেহটো বস্তাত ভৰাই ভৰলু নদীত পেলাই দিবলৈ নিয়ে আৰু ঘটনাটোক এটা আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে।
  • কিন্তু বস্তাত ভৰাই লৈ যাওঁতে ৰাস্তাত বহুতো মানুহে দেখা পায়।
  • পিছত ব্ৰহ্মপুত্ৰত নিথৰ দেহটো উদ্ধাৰ হ’লে হত্যাত অভিযুক্ত হোৱাৰ ভয়ত গোবিন্দই পুনৰ নিথৰ দেহটো ভৰলুমুখৰ নিজা ভাড়াঘৰলৈ লৈ আহে।
  • তাৰ পিছত শ্বেতাৰ নিথৰ দেহটো কেৰাচিন ঢালি ভাড়াঘৰৰ বাথৰূমত গোবিন্দই জ্বলাই দিছিল।
  • গোবিন্দক সেই কামত সহায় কৰিছিল মাক কমলা দেৱী আৰু বায়েক ভৱানী সিংঘালে।
  • ভাড়াঘৰৰ বাথৰূমত ধোঁৱা দেখা পাই  স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আধা পোৰা অৱস্থাত শ্বেতা আগৰৱালাৰ নিথৰ দেহ উদ্ধাৰ কৰে।
  • ভৰলুমুখ আৰক্ষীয়ে ঘটনাৰ দিনাই অভিযুক্ত গোবিন্দক গ্ৰেপ্তাৰ কৰি জেৰা চলায়।
  • আৰক্ষীৰ জেৰাত গোবিন্দই শ্বেতা আগৰৱালাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।
  • জেৰাতে গোবিন্দই প্ৰকাশ কৰে যে  মাক আৰু ভনীয়েকৰ ঘটনাৰ সময়ত উপস্থিত আছিল আৰু জ্বলাই দিয়াৰ সময়তো তেওঁলোক সাক্ষী আছিল।
  • তদন্তকাৰী আৰক্ষীয়ে যোৱা বছৰৰ ফেব্ৰুৱাৰিত আদালতক অভিযোগনামাত গোবিন্দ সিংঘাল, মাক কমলা দেৱী আৰু বায়েক ভৱানী সিংঘালৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰে।
  • যোৱা ৩০ জুলাইত কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটোৰ চূড়ান্ত শুনানি হয় আৰু গোবিন্দৰ লগতে মাক কমলা দেৱী আৰু বায়েক ভৱানী সিংঘালক দোষী সাব্যস্ত কৰে।
  • ৩ আগষ্টত আদালতে মূল অভিযুক্ত গোবিন্দ সিংহালক আজি ফাঁচি আৰু মাক কমলা দেৱী আৰু বায়েক ভৱানী সিংঘালক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে।
  • ঘটনাটোৰ ১৯ মাহৰ অন্তত শ্বেতাৰ পৰিয়ালে ন্যায় পায়।
Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd