• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ICU ত থাকিও সংবাদমেল সম্বোধন কৰাৰ প্ৰৱল ইচ্ছা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

হুইল চেয়াৰত বহি লৈ আছে দেশ-বিদেশৰ খবৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 12, 2020 8:03 pm
Tarun-Gogoi-1234
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ অৱস্থা বৰ্তমান কেনে আছে? সেই বিষয়ে সকলোৱে জানিবলৈ নিশ্চয়কৈ ইচ্ছুক হৈ আছে।

সেয়েহে আজি তৰুণ গগৈৰ সৈতে ছাঁৰ দৰে থকা এক ঘনিষ্ঠ সূত্ৰৰ সৈতে কথা পাতি খবৰ লোৱাৰ প্ৰয়াস কৰিছিলো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

Apply Now

ইতিমধ্যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিং, কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈ, বিধায়ক ৰকিবুল হুছেইনকে ধৰি বহু ৰাজনৈতিক নেতা তথা শুভাকাংক্ষীয়ে খবৰ লৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

গগৈৰ ঘনিষ্ঠ সুত্ৰটোৱে জনোৱা অনুসৰি গগৈক সাক্ষাৎ কৰিবলৈ যোৱা প্ৰত্যেককে গগৈয়ে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰৱেশদ্বাৰত তেওঁক সাক্ষাৎ কৰিবলৈ অহা লোকৰ চহী ৰখাৰো ব্যৱস্থা কৰি লৈছে।

নিশা সেই বহী চাই গগৈয়ে আনন্দ লাভ কৰে বুলি সুত্ৰটোৱে জনায়।

বুধবাৰৰ সন্ধিয়াৰ পৰা কাৰোবাৰ সহায় লৈ আইচিয়ুৰ বাহিৰৰ বাৰাণ্ডাত খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে গগৈয়ে।

যোৱা ৪ নবেম্বৰৰ দিনা থুকা-থুকি মাতৰে এক অডিঅ’ বাৰ্তাৰ জৰিয়তে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমাজ সেৱাত ব্ৰতী যাব বুলি উল্লেখ কৰিছিল। সংবাদমেল দিয়াটো অভ্যাসত পৰিণত হোৱা গগৈয়ে বাৰ্তাটোৰ আৰম্ভণিতে সাংবাদিকক সম্বোধন কৰি প্ৰথমখন সংবাদমেল সম্বোধন কৰা বুলি উল্লেখ কৰিছিল।

এতিয়া পুৰ্বৰ তুলনাত গগৈৰ মাতটো স্পষ্ট হৈছে। প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ সৈতে ইংৰাজী ভাষাত স্পষ্টকৈ গগৈয়ে বাৰ্তালাপ কৰা বুলি সুত্ৰটোৱে জনায়।

ইপিনে, সুস্থ অৱস্থাত সপ্তাহত ২-৩ খনকৈ সংবাদমেল সম্বোধন কৰা গগৈৰ এতিয়াও সংবাদমেল সম্বোধন কৰাৰ প্ৰবল ইচ্ছা। গগৈৰ সোঁৱে-বাঁৱে থকা সকলোকে সাংবাদিকক মাতিবলৈ অনুৰোধ জনায় বুলি সুত্ৰটোৱে কয়।

অডিঅ’ বা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰাজ্যবাসীলৈ দিপাৱলীৰ শুভেচ্ছা জনাব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

তদুপৰি, হুইল চেয়াৰত বহি হাতত এটা টেবলেটৰ জৰিয়তে বিহাৰৰ প্ৰতি মুহূৰ্তৰ ফলাফল লৈ আছিল গগৈয়ে।

গগৈৰ আইচিয়ুৰ কোঠাত থকা টেলিভিছনটোৰ জৰিয়তেও দেশ-বিদেশ তথা আঞ্চলিকৰ ৰাজনৈতিক বা-বাতৰি লৈ আছে বুলি সুত্ৰটোৱে জনায়।

বৰ্তমান গগৈৰ দেহত অক্সিজেনৰ মাত্ৰা ৯৮-১০০ লৈ বৃদ্ধি পাইছে আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ৫৬ লৈ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে, ২ নবেম্বৰৰ নিশা প্ৰায় ১০:৩০ বজাত দেহত অক্সিজেন ৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে বৃদ্ধি পাইছিল এম’নিয়া আৰু কাৰ্বন ডাই অক্সাইড।

তাৰ পাছতে তেওঁক চিকিৎসাৰ বাবে নিয়া হৈছিল GMCH লৈ। GMCH ৰ NON INVANSIVE VENTILATION ত ৰখা হৈছিল গগৈক।

দীৰ্ঘদিনৰ মূৰত  ২৫ অক্টোৱৰৰ বিয়লি চিকিৎসালয়ৰ পৰা বাসগৃহলৈ উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

উল্লেখযোগ্য যে, তৰুণ গগৈ যোৱা ২৬ আগষ্টৰ পৰা কৰোনাত আক্ৰান্ত হৈ GMCH ত চিকিৎসাধীন হৈ আছিল। কৰোনাৰ পৰা মুক্ত হোৱাৰ পাছতো দেহত অক্সিজেনৰ অভাৱ ঘটিছিল বাবে ICU ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd