• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ কাঁহৰ পৰা বাচিবলৈ ১ ডায়েল কৰক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 12, 2020 6:07 pm

2 min read

541a52b4c01dc5a7c211513f79dda9db

প্ৰতিনিধিত্বমূলক ছবি

26.2k
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েন্স জিঅ’, এয়াৰটেল আৰু ভোডাফোনৰ পৰা ফোন কৰিলে বাজি উঠে এটা কাঁহি থকা এটা ৰেকৰ্ডেড মেছেজ। আৰু এই মেছেজটোৱে এতিয়া দেশবাসীৰ বাবে চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে।

ক’ৰ’না ভাইৰাছৰ গ্ৰাহকসকলৰ মাজত সতৰ্কতা অৱলম্বনৰ বাবেই টেলিকম সেৱা প্ৰদানকাৰীসকলে এই কাঁহি থকা কলাৰ টিউনটো লগাইছিল।

কিন্তু ফোন কৰিলে বাজি উঠা এই কলাৰ টিউনটোৰ বাবে ইতিমধ্যে বহু গ্ৰাহক অতিষ্ঠ হৈ পৰিছে আৰু ইয়াকে লৈ একাংশই ছ’চিয়েল মিডিয়াযোগে অভিযোগো দাখিল কৰা পৰিলক্ষিত হৈছে।

সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত টেলিকম সেৱা প্ৰদানকাৰীসকলে শেহতীয়াকৈ এই কলাৰ টিউনটো আঁতৰোৱাটো সম্ভৱ বুলি জনাইছে।

আপুনি কেনেদৰে এই কলাৰ টিউনটো আঁতৰাব সেই বিষয়ে তলত উল্লেখ কৰা হ’ল

এনদ্ৰইড ফোনৰ পৰা ফোন লগালে যেতিয়া এই কলাৰ টিউনটো বাজে তেতিয়া আপুনি ফোনৰ কিপেইডত গৈ যিকোনো এটা নম্বৰ ডায়েল কৰক। নম্বৰটো ডায়েল কৰাৰ পিছৰ বাৰৰ পৰা আপোনাৰ ফোনৰ পৰা এই কলাৰ টিউনটো নোহোৱা হৈ যাব।

ইফালে iOS ফোনৰ পৰা এই কলাৰ টিউনটো নোহোৱা কৰিবলৈ হেশ্ব(#) ডায়েল কৰিলেই হ’ল। iOS ফোনত নম্বৰ ডায়েল কৰিলে এই টিউনটো বন্ধ নহয়।

এনধৰণৰ পন্থা অৱলম্বনৰ পিছতো যদি এই কলাৰ টিউনটো বন্ধ নহয় তেন্তে আপুনি পুনৰ এবাৰ তেনে কৰক। কিয়নো কেতিয়াবা হয়টো টেলিকম সেৱা প্ৰদানকাৰীসকলে প্ৰথমবাৰৰ ক্লিকটো গ্ৰহণ নকৰিবও পাৰে।

এবাৰ দুবাৰ কৰাৰ পিছতো যদি এই কলাৰ টিউনটো বন্ধ নহয় তেন্তে আপুনি হোৱাটছএপ, গুগল দ’, ফেইচবুক মেচেঞ্জাৰৰ জৰিয়তে কথা পাতিব পাৰে। এই পৰ্যন্ত এই সমূহত টেলিকম কোম্পানিয়ে কাঁহি থকা মেছেজটো লাগু কৰা নাই।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd