• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিজিটেল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2021 12:34 pm
navbharat-times
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰযুক্তিৰ হাত ধৰি দেশৰ নিৰ্বাচন আয়োগেও ভোটাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা ডিজিটাল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

সেই মৰ্মে আজিৰে পৰা আপুনি ঘৰতে বহি নিজৰ ভোটাৰ কাৰ্ড খন মোবাইল ফোন অথবা কম্পিউটাৰৰ পৰা ডাউনলোড কৰি ল’ব পাৰিব।

Apply Now

ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰা E-EPIC ব্যৱস্থাত ২৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী পৰ্যন্ত প্ৰথম পৰ্যায়ত আৰু ১ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ত ডিজিটেল ভোটাৰ কাৰ্ড ডাউনলোড কৰিব পৰা যাব।

কিন্তু কি এই E-EPIC? ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে E-EPIC হৈছে ভোটাৰ কাৰ্ডৰ অনলাইন সংস্কৰণ।

পিভিচি ভোটাৰ কাৰ্ড যিদৰে সকলো ক্ষেত্ৰতে প্ৰযোজ্য, ঠিক তেনেদৰে E-EPIC ভোটাৰ কাৰ্ড সমানে প্ৰযোজ্য হ’ব। E-EPIC ভোটাৰ কাৰ্ডেৰে লোক এজনে ভোটদান কৰাৰ উপৰি কৰ’ৱাত প্ৰয়োজন হ’লে সেই ডিজিটাল কাৰ্ডেই দিব পৰা যাব।

নিৰ্বাচন আয়োগে কৰা এই ব্যৱস্থাৰ ফলত এতিয়া কাৰোৱাৰ ভোটাৰ কাৰ্ড হেৰালেও এতিয়া আৰু চিন্তা কৰিবলগীয়া অথবা কাৰ্যালয়লৈ গৈ নতুন এখন ভোটাৰ কাৰ্ডৰ বাবে সময় নষ্ট কৰিবলগীয়া নহ’ব।

E-EPIC ৰ ক্ষেত্ৰত দুটা QR কোড থাকিব।এটা কোডত থাকিব ভোটাৰৰ নাম আৰু অন্যান্য তথ্য।

আনটো কোডত থাকিব বুথ নম্বৰ,পাৰ্ট নম্বৰ,ভোটাৰৰ ক্ৰমিক নম্বৰ আদি তথ্য। নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা

সকলে আৰু ফৰ্ম-৬ ৰ জৰিয়তে নাম অন্তৰ্ভুক্ত হোৱাসকলে প্ৰথম পৰ্যায়ত আৰু পুৰণি ভোটাৰসকলে দ্বিতীয় পৰ্যায়ত  E-EPIC ভোটাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব।

কেনেকৈ ডাউনলোড কৰিব ব। E-EPIC ভোটাৰ কাৰ্ড:

E-EPIC ভোটাৰ কাৰ্ড ডাউনলোড কৰিবলৈ এই কেইটা লিংক ব্যৱহাৰ কৰিব পাৰে—Voter Portal: https://voterportal.eci.gov.in/

NVP: https://nvsp.in/

Voter Helpline Mobile App

Android https://play.google.com/store/apps/details?id=com.eci.citizen

iOS https://apps.apple.com/in/app/voter-helpline/id1456535004

E-EPIC ভোটাৰ কাৰ্ড ডাউনলোড কৰিবলৈ এই কেইটা পদক্ষেপ গ্ৰহণ কৰক—

১) Log in/register to https://voterportal.eci.gov.in/

২) download E-EPIC অপচনত ক্লিক কৰক।

৩) EPIC number বা  Form Reference Number অন্তৰ্ভুক্ত কৰক।

৪) পঞ্জীয়নকৃত মোবাইল নম্বৰত অহা OTP  অন্তৰ্ভুক্ত কৰক।

৫) Download e-EPIC শিতানত ক্লিক কৰক।

যিসকলৰ মোবাইল নম্বৰ পঞ্জীয়ন হৈ নাই তেওঁলোকে কি কৰিব?

১. যদি আপোনাৰ মোবাইল নম্বৰ পঞ্জীয়ন হৈ নাই তেন্তে  e-KYC ত ক্লিক কৰক।

২. KYC সম্পূৰ্ণ কৰাৰ বাবে আপোনাৰ মোবাইল নম্বৰ আপডেট কৰক।

  1. e-EPIC ডাউনলোড কৰক।

আজি কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে প্ৰথমে ৫ গৰাকী নতুন ভোটাৰক  E-EPIC ভোটাৰ কাৰ্ড প্ৰদান কৰাৰ পিছতে এই ব্যৱস্থা আৰম্ভ হ’ব। E-EPIC ভোটাৰ কাৰ্ড ব্যৱস্থা আৰম্ভ হ’লে পূৰ্বৰ পিভিচি ভোটাৰ কাৰ্ড সমূহ সমানেই ব্যৱহাৰৰ যোগ্য হৈ থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd