• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিঅ’ফাইবাৰৰ সৈতে কেনেকৈ লাভ কৰিব বিনামূলীয়া 4K LED TV আৰু Set Top Box?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2019 4:23 pm
RIL hydrocarbon division announces salary cuts, Mukesh Ambani to forgo entire compensation
11.2k
VIEWS
Share on FacebookShare on Twitter

অহা ৫ ছেপ্টেম্বৰত ৰিলায়েন্সে ভাৰতত বাণিজ্যিকভাৱে জিঅ’ফাইবাৰ ব্ৰডবেণ্ড সেৱা মুকলি কৰিব।

তাঁৰযুক্ত ইন্টাৰনেট সেৱাটোত 1Gbps পৰ্যন্ত ডাটা স্পীড উপলব্ধ হ’ব যিয়ে হাই কোৱেলিটি কন্টেন্টৰ সুবিধা আগবঢ়োৱাৰ লগতে মাল্টি-প্লেয়াৰ গেমিঙতো সহায় কৰিব।

সেই সকলোবোৰ পাহৰি যাওক।

ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানিয়ে জিঅ’ফাইবাৰ ব্যৱহাৰকাৰীৰ বাবে এটা বিনামূলীয়া 4K LED TVআৰু  set top boxৰ ঘোষণা কৰি সকলোকে অধীৰ কৰি তুলিছে।

সেয়ে, এয়া কেনেকৈ পোৱা যাব আৰু ৰিলায়েন্স জিঅ’ই এই আকৰ্ষণীয় যুগ্ম প্ল্যান’ কেনেকৈ আগবঢ়াব সেই বিষয়ে জানো আহক।

জিঅ’ফাইবাৰৰ বাবে শ্বাইনিং আপ কৰা সকলেহে এই যুগ্ম অফাৰটো লাভ কৰিব।

লগতে পঢ়ক http://ৰিলায়েন্সৰ ঘোষণা-৭০০ টকাত পাব Jio Gigafiber : লাভ কৰিব বিনামূলীয়াকৈ LED টিভি

কিন্তু ইয়াৰ বাবে আপুনি অহা কেই সপ্তাহৰ ভিতৰতে ঘোষণা কৰিবলগীয়া বাৰ্ষিক প্ল্যানৰ বাবে পঞ্জীয়ন কৰিব লাগিব।

এই বাৰ্ষিক প্ল্যানত টিভি ইআৰু ছেট আপ বক্স লাভ কৰাৰ খৰচো অন্তৰ্ভুক্ত হ’ব।

‘’জিঅ’ফাইবাৰৰ যিসকল গ্ৰাহকে বাৰ্ষিক প্ল্যান (জিঅ’ফাইবাৰ প্ল্যান) বাচি ল’ব, তেওঁলোকে এটা HD বা 4K LED TVআৰু এটা  set top box সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আমি ইয়াক জিঅ’ফাইবাৰ ৱেলকাম অফাৰ বুলি কৈছো,’’-ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে এইদৰে কয়।

ৰিলালেন্স জিঅ’ই LED TVৰ বাবে কাৰ সৈতে চুক্তিবদ্ধ হৈছে সেয়া জানিব পৰা হোৱা নাই যদিও ই HD বা 4K LED TVআগবঢ়োৱালৈ চাই, কোম্পানীটোৱে ৰিলায়েন্স ডিজিটেল (অনলাইন আৰু অফলাইন) ষ্ট’ৰসমূহৰ জৰিয়তে ইয়াক উপলব্ধ কৰাৰ সম্ভাৱনা আছে।

HDভাৰ্ছন ৰিকানেক্ট টিভিৰ দৰ ৯,০০০টকা, ৪৩-ইঞ্চি ফুল HD TVৰ দৰ ২৩,০০০ টকা আৰু ৫৫-ইঞ্চি 4K TVটিভিৰ দৰ ৩৪,০০০ টকা ৱেবছাইটত দেখিবলৈ পোৱা যায়।

ৰিলায়েন্সে জিঅ’ফাইবাৰৰ সন্দৰ্ভত তথা এই অফাৰ সম্পৰ্কে আৰু কি অধিক তথ্য প্ৰকাশ কৰে তালৈ অপেক্ষা কৰা হৈছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd