• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৰমত গাটো গেলা গেলা গোন্ধাই নেকি? লাজৰ পৰা বাচিবলৈ পঢ়ি লওক এইটো লেখা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 24, 2024 8:51 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰমে দহিছে সমগ্ৰ দেশবাসীক। ইমানেই গৰম পৰিছে যে সকলোৱে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ১০ বাৰ ভাবিব লগা হৈছে। ৰাতিপুৱা বেলি ওলোৱাৰ লগে গৰমে দহি নিয়ে গা।

গৰমত ইমানেই ঘাম ওলাই যে গা ধোৱা-নোধোৱা একাকাৰ হৈ পৰে। এই ঘামৰ বাবেই বহুতৰে গাৰ পৰা দুৰ্গন্ধ বিয়পি পৰে। বাছত গৈ থকা অৱস্থাত বা অফিচত সহকৰ্মীৰ ওচৰত বহি থকা অৱস্থাত এই দুৰ্গন্ধই বৰ বিপদত পেলায়। নিজৰ গাৰ পৰা ওলোৱা দুৰ্গন্ধৰ বাবে কাষত থকাজনৰ ওচৰত লাজ পাব লগা হয়। লগতে কাষত থকা সকলেও অস্বস্তি অনুভৱ কৰে।

Apply Now

ঘৰৰ পৰা পৰিষ্কাৰকৈ ওলাই আহিলেও বাহিৰলৈ অহাৰ লগে লগে শৰীৰৰ পৰা ঘামৰ গোন্ধ ওলাবলৈ আৰম্ভ কৰে। পাৰফিউম বা পাউদাৰেও এই দুৰ্গন্ধৰ পৰা ৰক্ষা কৰিব নোৱাৰে।

কিন্তু এতিয়াৰে পৰা আপুনি এই বিষয়টোক লৈ মূৰ ঘমাব নালাগে. কিয়নো আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ গৰমত ঘামৰ দুৰ্গন্ধৰ পৰা বাচি থকাৰ কেইটামান উপায়। এইকেইটা উপায় ব্যৱহাৰ কৰিলে আপোনাৰ শৰীৰৰ পৰা আৰু নিৰ্গত নহয় ঘামৰ গোন্ধ।

১.  ২ চামুচ মৌৰ লগত ৩ চামুচ নেমুৰ ৰস মিহলাই লওক। গা ধোৱাৰ আগতে এই মিশ্ৰণটো আপোনাৰ গাৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱা স্থানত কিছু সময়ৰ বাবে লগাই থওক। তাৰ পিছত গা ধুব। ইয়াৰ ফলত ঘামৰ দুৰ্গন্ধ সৃষ্টি কৰা বেক্টেৰিয়াৰ সৃষ্টি হ্ৰাস পাব।

২. গৰম পানীত অলপ নিম পাত ভালদৰে উতলাই লওক। তাৰ পিছত সেই পানী ঠাণ্ডা কৰি গা ধোৱা পানীত মিহলাই লওক। আপুনি দেখিব যে শৰীৰৰ দুৰ্গন্ধ বহু পৰিমাণে কমিছে।

৩. গা ধোৱা পানীত এচিকুট নিমখ দি ল’ব। নিমখে শৰীৰত ঘামৰ গোন্ধ বহু পৰিমাণে কমাই দিয়ে।

৪. গৰমত দিনটোত কমেও দুবাৰ স্নান কৰক। প্ৰতিবাৰেই চাবোন ব্যৱহাৰ কৰক। এবাৰ ব্যৱহাৰ কৰা টাৱেল পিছৰ বাৰ ব্যৱহাৰ নকৰিব। গা ধোৱাৰ লগে লগে টাৱেলখনো ধুই দিব।

৫. প্ৰতিদিনে গা ধোৱা পানীত পদিনা ৰস বা গোলাপৰ পানী কেইটোপালমান মিলাই ল’ব। এনে কৰিলে শৰীৰৰ পৰা সুগন্ধি নিৰ্গত হ’ব আৰু ঘামৰ গোন্ধ বহু পৰিমাণে নাইকিয়া হৈ যাব।

৬. গৰমত দৈনিক খাদ্যৰ তালিকাত তিয়হ অন্তৰ্ভুক্ত কৰিব। তিয়হে শৰীৰত পানীৰ অভাৱ বহু পৰিমাণে হ্ৰাস কৰে। ইয়াৰ উপৰিও ই শৰীৰৰ দুৰ্গন্ধ আঁতৰাই দেহটো ভিতৰৰ পৰা সতেজ কৰি ৰাখে।

৭. কাপোৰ পিন্ধাৰ ক্ষেত্ৰত সাৱধান হওক। টেৰিকোটন কাপোৰৰ পৰা গোন্ধ সোনকালে নিৰ্গত হয়। কপাহী কাপোৰ পৰিধান কৰক।

৮. গৰমত মদ্যপান সীমিত কৰক। মদৰ সলনি যথেষ্ট পৰিমাণে পানী খাওক। লগতে কুহিয়াৰৰ ৰস, নেমুৰ চৰবত, ফলৰ ৰস আৰু নাৰিকলৰ পানী গৰমত স্বাস্থ্যৰ বাবে অতি উপকাৰি।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd