• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঋত্বিক ৰোশন বিশ্বৰ শুৱনি পুৰুষৰ তালিকাৰ শীৰ্ষস্থানত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2019 4:38 pm
Hrithik Roshan

Hrithik Roshan

979
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় নাৰীৰ সৌন্দৰ্য্যই ধাৰাবাহিকভাৱে বিশ্বৰ সৌন্দৰ্য্য প্ৰতিযোগিতাবোৰত শীৰ্ষস্থান পাই অহাৰ পিছত এইবাৰ ভাৰতীয় পুৰুষত্বক “অতুল” গৌৰৱৰ অধিকাৰী কৰিছে ঋত্বিক ৰোশনে।

আমেৰিকাৰ এটা এজেন্সিয়ে অভিনেতাজনক বিশ্বৰ আটাইতকৈ শুৱনি পুৰুষৰ তালিকাত শীৰ্ষস্থান দিছে। এই বাছনি প্ৰক্ৰিয়াত ঋত্বিকে সৰ্বাধিক ভোট পোৱা বুলি সূত্ৰটোত প্ৰকাশ।

আটিল, গ্ৰীক উপাখ্যানত বৰ্ণিত দেৱতাৰ দৰে সুগঢ়িত শৰীৰ, পীতবৰণৰ চকুৰে বলিউদৰ জনপ্ৰিয় অভিনেতাজনৰ সামগ্ৰিক সৌন্দৰ্য্যৰ ওচৰত তল পৰিল ডেভিড বেকহাম, ক্ৰিছ এভানছ আৰু ৰবাৰ্ট পেটিনছন আৰু ওমৰ বৰকান আল গালাৰ শাৰীৰিক সুষমা।

অৱশ্যে এটা সূত্ৰই জনোৱামতে, যোৱা আগষ্ট মাহত আন এটা সমীক্ষাতো ঋত্বিকে বিশ্বৰ শুৱনি পুৰুষসকলৰ মাজত স্থান লাভ কৰিছিল।

অলপতে মুক্তি পোৱা তেওঁৰ ছুপাৰ-৩০ নামৰ ছবিখন ছবিঘৰত সফলতাৰে চলি থকাৰ সময়তে ঋত্বিকৰ এই নতুন খ্যাতিয়ে অধিক অনুৰাগীৰ সৃষ্টি কৰাৰ লগতে বলিউডত তেওঁৰ সফলতাক নতুন মাত্ৰা দিব পাৰে।

তেওঁৰ পৰৱৰ্তী ছবি “ৱাৰ”ৰ বাবে ই এটা আগতীয়া “শক্তিবৰ্ধক” হিচাপে কাম কৰিব পাৰে।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd