• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা : ১২ ফেব্ৰুৱাৰিত আৰম্ভ হৈ সামৰণি পৰিব ১৪ মাৰ্চত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2018 5:59 pm
1482412643_bihar-state-examination-result-bihar-board-examination-result

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে জানিবলৈ দিয়া মতে অহা ১২ ফেব্ৰুৱাৰিত আৰম্ভ হৈ ১৪ মাৰ্চত পৰীক্ষাৰ সামৰণি পৰিব।

উল্লেখযোগ্য যে আজি অসম মাধ্যমিক শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচীও ঘোষণা কৰিছে।

Apply Now

আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচীখন হৈছে এনেধৰণৰ :-

১২ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব ইংৰাজীৰ পৰীক্ষা

১৪ ফেব্ৰুৱাৰিত ৰসায়ন বিজ্ঞান / বিজনেছ ষ্টাডিছ

১৫ ফেব্ৰুৱাৰিত হ’ব বৃত্তিগত বিষয়সমূহৰ পৰীক্ষা

১৬ ফেব্ৰুৱাৰিত ঐচ্ছিক অসমীয়া / সংস্কৃত/ পাৰ্ছী/ আৰবী

১৮ ফেব্ৰুৱাৰিত পদাৰ্থ বিজ্ঞান/ একাউন্টেঞ্চি/ ৰাজনীতি বিজ্ঞান/ বৃত্তিগত বিষয়ৰ পৰীক্ষা

২১ ফেব্ৰুৱাৰিত গণিত /ঐচ্ছিক সংস্কৃতৰ পৰীক্ষা

২৩ ফেব্ৰুৱাৰিত জীৱ বিজ্ঞান/ পৰিসংখ্যা/ বিণিজ্যিক গণিত/শিক্ষা/ আই টি

২৫ ফেব্ৰুৱাৰিত অসমীয়া (MIL) / ঐচ্ছিক ইংৰাজী

২৭ ফেব্ৰুৱাৰিত লজিক এণ্ড ফিল’ছফী/ ফাইন আৰ্টছ/ ইঞ্চুৰেঞ্চ/মনোবিজ্ঞান

২৮ ফেব্ৰুৱাৰিত বৃত্তিগত শাখাৰ পৰীক্ষা

১ মাৰ্চত অৰ্থনীতি বিজ্ঞানৰ পৰীক্ষা

২ মাৰ্চত অনুষ্ঠিত হ’ব সংগীত/হোম চায়েঞ্চ

৫ মাৰ্চত কম্পিউটাৰ /এণ্টাৰপ্ৰিনিউৰশ্বিপ ডেভেলপমেণ্ট

৭ মাৰ্চত ভূগোল /জিঅ’লজী /বেংকিং / মাল্টিমিডিয়া এণ্ড ৱেব টেকনল’জী

৯ মাৰ্চত নৃতত্ব/সমাজতত্ব/ছেলছমেনশ্বিপ এণ্ড এডভাৰ্টাইজিং/সংগীত

১২ মাৰ্চত পৰিসংখ্যাৰ পৰীক্ষা অনুষ্ঠিত হ’ব

১৪ মাৰ্চত জৈৱ প্ৰযুক্তি/ইতিহাস/ইক’নমিক জিঅ’গ্ৰাফী/সংগীত

48377527_966293843761398_572734769389895680_n
শিক্ষা সংসদে প্ৰকাশ পৰীক্ষাৰ সূচীখন।

উল্লেখযোগ্য যে কেইদিনমান আগতে সৰ্বভাৰতীয় পৰীক্ষাত অসমৰ মেধাৱী শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিবলৈ সুবিধা হোৱাকৈ আৰু লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই পৰীক্ষা কিছু আগুৱাই অনাৰ সিদ্ধান্তৰ কথা সংসদ কৰ্তৃপক্ষই জানিব দিছিল।

উল্লেখযোগ্য যে ২০১৭-১৮ বৰ্ষত ফেব্ৰুৱাৰি মাহৰ অন্তিম সপ্তাহত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হৈ মাৰ্চ মাহত সমাপ্ত হৈছিল। এইবাৰ প্ৰায় ১০ দিন আগতীয়াকৈ পৰীক্ষা আৰম্ভ হ’ব আৰু মাৰ্চ মাহৰ মাজভাগতে পৰীক্ষা সমাপ্ত হ’ব।

আনহাতে, এইবাৰ পৰীক্ষাৰ ফলো কিছু আগতীয়াকৈ ঘোষণা কৰা হ’ব। তদুপৰি, মাৰ্কশ্বীট প্ৰদান প্ৰক্ৰিয়াও খৰতকীয়া কৰা হ’ব বুলিও কৰ্তৃপক্ষই ইতিমধ্যে জানিবলৈ দিছে। পূৰ্বে ফল ঘোষণাত পলম হোৱাৰ বাবেই অসমৰ মেধাৱী শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা গ্ৰহণৰ বাবে দেশৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ উঠিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd