• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত মেধাবী ছাত্ৰীক অপহৰণ; হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2020 4:03 pm
Bokakhat story

বোকাখাতত নিৰুদ্দেশিত ছাত্ৰী গৰাকীৰ মাতৃ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰেপৰা ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। এইবাৰ পৰীক্ষাত ৰাজ্যৰ মুঠ ৩,৫৮,৪৪৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ’ব লগা হ’ল  বোকাখাত মহকুমাৰ  দ্বিতীয় পৰঙনীয়া গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰী।

Apply Now

কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী গৰাকী নিশা পৰীক্ষাৰ বাবে  অধ্যয়ণ কৰি থকা অৱস্থাত ২১ জানুৱাৰিৰ পৰাই নিখোঁজ হৈ আছে।

ইফালে, পৰিয়ালৰ লোকে ছোৱালীজনী নিৰুদ্দেশ হোৱাৰ নিশাই বোকাথাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।কিন্তু বিগত সময়ত নিৰুদ্দিষ্ট ছাত্রী গৰাকীক উদ্ধাৰ কৰি পৰীক্ষাত বহিব পৰাকৈ পৰিয়ালক চমজাই দিয়াত সম্পুৰ্ণৰূপে ব্যৰ্থ হ’ল বোকাখাত আৰক্ষী।

এজাহাৰত উল্লেখ কৰা অনুসৰি, বিজয় দাস নামৰ এজন যুৱকে ছাত্ৰী গৰাকীক অপহৰণ কৰিছে৷

পৰিয়ালৰ সুত্ৰই জনোৱা মতে, ছাত্রী গৰাকীক অপহৰণত সহায় কৰা এজন যুৱকক আৰক্ষীয়ে আটক কৰে যদিও পৰৱৰ্তী সময়ত এৰি দিছিল।

ছাত্রী গৰাকীৰ মাতৃৰ মতে বিজয় দাস নামৰ যুৱকজনে ছাত্ৰী গৰাকীক পূর্বেও ভাবুকি প্ৰদান কৰিছিল, যাৰ কৰাণে যুৱকজনৰ বিৰুদ্ধে পূৰ্বেও  আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।

ইফালে, যুৱক জনক বিচাৰি তেওঁৰ পিতৃক থানাত আবদ্ধ কৰাত গাঁৱৰ একাংশ লোকে ৩১ জানুৱাৰীত ছাত্ৰী গৰাকীক চমজাই দি পৰীক্ষাত বহাৰ সুবিধা কৰি দিয়াৰ কথা আছিল যদিও সেয়া হৈ নুঠিল।

উল্লেখযোগ্য যে, ছাত্ৰী গৰাকী কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী মেধাবী ছাত্রী। ইংৰাজী বিষয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জিলাৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে পুৰস্কৃত হোৱাৰ লগতে কমলেশ্বৰ ৰাজখোৱা ফাউণ্ডেশ্যনৰ দ্বাৰাও পুৰষ্কৃত হৈছিল।

আজি উচ্চ মাধ্যমিক পৰীক্ষাৰ দিনা অন্যান্য অভিভাৱক সকলে নিজৰ পুত্ৰ-কন্যাক পৰীক্ষা গৃহলৈ লৈ যোৱাৰ বিপৰীতে নিৰুদ্দিষ্ট ছাত্ৰী গৰাকীৰ মাতৃয়ে বোকাখাত থানালৈ যাবলগীয়া হয়৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd