DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

COVID-19 সংক্ৰমণৰ মোকাবিলাৰ বাবে ভাৰতক ইয়াৰ প্ৰযুক্তি প্ৰদানৰ প্ৰস্তাৱ হুৱেইৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2020 10:53 am
1e914caa16f008d643c8144e2e07ae84
11.9k
VIEWS
Share on FacebookShare on Twitter

হুৱেইয়ে দাবী কৰিছে যে চীনৰ ভাইৰাছটোৰ উৎপত্তি হোৱা হুবেই প্ৰদেশত COVID-19ৰ ক্ষেত্ৰত ভাল কাম কৰা এক প্ৰযুক্তি ইয়াৰ হাতত মজুত আছে।

হুৱেইয়ে ভাৰতত কৰ’না ভাইৰাছ সংক্ৰমণ মোকাবিলা কৰিবৰ বাবে ইয়াৰ সেৱা আগবঢ়াবলৈ প্ৰস্তুত থকাৰ থকা ভাৰত চৰকাৰক মুকলিকৈ জনাইছে।

হুৱেইয়ে দাবী কৰিছে যে ইটালী আৰু বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৰ্বে এক দীঘলীয়া সময়ৰ বাবে কৰ’না ভাইৰাছৰ অভিকেন্দ্ৰ হিচাপে থকা চীনৰ হুবেই প্ৰদেশত এই প্ৰযুক্তি প্ৰয়োগ কৰি সুফল লাভ কৰিছিল।

হুৱেইয়ে কয় যে চীনত ইতিমধ্যে 5G সেৱা থকাৰ বাবে ই ইয়াৰ 5G প্ৰযুক্তি ব্যৱহাৰ হুবেই প্ৰদেশৰ ৰাজধানী বুহানৰ কৰ্তৃপক্ষক সহায় কৰিছিল।

চাৰিটা বিশেষ ক্ষেত্ৰ আছিল য’ত ই বিশেষভাৱে কাম কৰিছিল। ইয়াৰ ভিতৰত লাইভ ভিডিঅ’ ষ্ট্ৰীমিং, ৰিম’ট কলাবৰেশ্যন আৰু ট্ৰীটমেন্ট, আৰু ৰিম’ট প্ৰটেকশ্যন অন্তৰ্ভুক্ত আছিল।

হুৱেইৰ মতে এই সকলোবোৰ ভাৰতৰ 4G পৰিৱেশতো প্ৰয়োগ কৰিব পৰা যায়।

হুৱেইক বৰ্তমান পৰিৱেশটোত প্ৰৱেশ কৰাটো যদি বিচাৰে ভাৰত চৰকাৰে এতিয়া ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।

গুৰুত্বপূৰ্ণ কথাটো হ’ল হুৱেইক সদায় সন্দেহৰ চকুৰে চোৱা হয় কিয়নো ই চীন চৰকাৰৰ সৈতে অতি ঘনিষ্ঠ আৰু সুৰক্ষা সংস্থাসমূহে হুৱাইৰ প্ৰস্তাৱত সহজতে অনুমোদন নজনাব।

এইটো এটা জৰুৰীকালীন পৰিস্থিতি আৰু যদি COVID-19 ভাইৰাছৰ সংক্ৰমণ মোকাবিলা কৰাৰ প্ৰমানিত পথ থাকে, তেতিয়াহ’লে ইয়াক গ্ৰহণ কৰাটো উপযুক্ত হ’ব পাৰে।

যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু য়ুৰোপৰ আন কিছুমান দেশৰ তুলনাত দৈনিক হিচাপত সংক্ৰমণৰ ঘটনা সিমান বিপদজনক হৈ উঠা নাই, তথাপি ই যিকোনো মুহূৰ্তত নিয়ন্ত্ৰণহীন হৈ পৰিব পাৰে।

ইপিনে, ২১ দিনৰ লকডাউনে সমস্যাটো আঁতৰ কৰিব আৰু ভাইৰাছটো গুচি যাব বুলি সিদ্ধান্ত কৰাটো ভুল বুলি প্ৰমানিত হ’ব পাৰে।

Tags: COVID19

Recent News

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd