• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঋণৰ বাবদ বেংকে ঘৰ হস্তগত কৰোতে পালে মাৰণাস্ত্ৰ : কয়লা ব্যৱসায়ী নিৰোদ ডেকাই ৰাখিছে আধা ডজন বন্দুক আৰু ৮শ গুলী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 29, 2018 7:52 pm
Huge cache recovered

দক্ষিণ শৰণীয়াৰ নিৰোদ ডেকাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসমূহ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অৰিয়েণ্টেল বেংকে তেওঁলোকৰ এজন ঋণ গ্ৰাহকে ঋণ ঘূৰাব নোৱৰা বাবে গ্ৰাহকজনৰ গুৱাহাটী মহানগৰীৰ দক্ষিণ শৰণীয়াত থকা ঘৰটো নিজৰ দখললৈ আনিবলৈ প্ৰশাসনৰ সহযোগত চলোৱা অভিযানৰ সময়তে ঘৰটোৰ ভিতৰত ৬টাকৈ বন্দুক আৰু ৭৭০টা সক্ৰিয় গুলী উদ্ধাৰ হোৱা ঘটনাই এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

জানিব পৰামতে, বন্দুককেইটা আৰু গুলীসমূহ ঘৰটোৰ এটা কোঠাৰ বিছনাৰ তলত পোৱা গৈছে। এই বন্দুক আৰু গুলীবোৰ ঘৰটোৰ মালিক নিৰোদ ডেকাই ৰখা বুলি জানিবলৈ পোৱা গৈছে। ডেকা এজন কয়লা ব্যৱসায়ী। অভিযানৰ সময়ত উপস্থিত থকা পল্টন বজাৰ আৰক্ষীয়ে বন্দুক আৰু গুলী সমূহ জব্দ কৰাৰ লগতে সোধা-পোছাৰ বাবে নিৰোদ ডেকাকো আটক কৰে।

Apply Now

নৰ্থ-ইষ্ট নাওৰ আগত পল্টন বজাৰ আৰক্ষীয়ে জনোৱামতে, ৬টা বন্দুকৰ ৪টা এয়াৰ গান আৰু আন ২টাৰ এটা পইণ্ট টু-টু আৰু এটা দুনলীয়া (ডবল বেৰেল) বন্দুক। আৰক্ষীয়ে জনোৱা মতে পইণ্ট টু-টু আৰু দুনলীয়া বন্দুককেইটাৰ লাইচেন্স আছে আৰু এয়াৰগানকেইটাৰ লাইচেন্সৰ দৰকাৰ নহয়।

পল্টনবজাৰ থানাৰ উপ-পৰিদৰ্শকজনে জনোৱামতে বন্দুককেইটা আৰু গুলীবোৰ থানাত ৰাখি নিৰোদ ডেকাক ইতিমধ্যে যাবলৈ দিয়া হৈছে। তেওঁ কয়, “সকলো মানুহৰে কিছুমান চখ থাকে। কিছুমানে ল’ৰা-ছোৱালী ভাল পায়। মানুহজনৰ হয়তো বন্দুক ভাল পোৱাৰ চখ আছে।”

উল্লেখযোগ্য যে কয়লা ব্যৱসায়ী নিৰোদ ডেকাই অৰিয়েণ্টেল বেংক অব কমাৰ্চৰ পৰা লোৱা ঋণৰ ৪০ লাখ টকা ঘূৰাই দিবলৈ আছে। কিন্তু যোৱা বহুকেইটা প্ৰয়াসৰ পিছতো ডেকাৰ পৰা ঋণৰ কিস্তি ঘূৰাই নোপোৱাত বেংক কৰ্তৃপক্ষই আজি গুৱাহাটী মেট্ৰ’ৰ উপায়ুক্তৰ পৰা অনুমতি লৈ আৰক্ষী প্ৰশাসনৰ সহযোগত আৰু জিলা দণ্ডাধীশৰ উপস্থিতিত ঘৰটো নিজৰ দখললৈ নিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd