• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কা আৰু ই আই এ বাতিলৰ দাবীত মাৰ্ঘেৰিটাত অসম জাঃ যুঃ পৰিষদৰ মানৱ শৃংখলেৰে তীব্ৰ প্ৰতিবাদ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 31, 2020 6:11 pm
IMG-20200831-WA0025
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন ২০১৯  আৰু পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ৰ বাতিলৰ দাবীত মাৰ্ঘেৰিটাৰ নতুন দলঙৰ কাষত আজি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।

কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে সামাজিক দূৰত্ব বজাই ৰাখি হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

Apply Now

উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল নেওগে উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে জাতিধংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯-এ অসম আৰু অসমীয়া জাতিক ভাল পোৱা অসমৰ ৰাইজে মনা নাছিল, মনা নাই আৰু ভৱিষ্যতেও নামানে।

কাৰণ এই আইনখন হ’ল অসাংবিধানিক, অগণতান্ত্ৰিক, সাম্প্ৰদায়িক, অসম বিৰোধী, খিলঞ্জীয়া বিৰোধী আৰু ৮৫৫ জন‌ জাতীয় শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্বাক্ষৰিত হোৱা ঐতিহাসিক অসম চুক্তি বিৰোধী গতিকে অসম জাতীয়তাবাদী যুৱ পৰিষদে পুনৰ কা বাতিল কৰিবলৈ দাবী উত্থাপন কৰে লগতে কয় কেন্দ্ৰীয় চৰকাৰে পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ EIA (Environment impact Assessment) যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বন সম্পৰ্ক বিভিন্ন ধৰণৰ বিধি পৰিৱৰ্তন কৰিবৰ কাৰণে চিন্তা-চৰ্চা কৰিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি আৰু মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে।

কেন্দ্ৰীয় চৰকাৰে বন পৰিৱেশ জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে এই অধিসূচনা জাৰি কৰি বিভিন্ন ধৰণৰ বিধি ব্যৱস্থা পৰিবৰ্তন কৰাৰ যিটো পৰিকল্পনা কূটকৌশল আৰম্ভ কৰিছে ইয়াৰ যিটো প্ৰভাৱ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত বেছিকৈ পৰিব।

এই অধিসূচনাৰ যোগেদি প্ৰকৃতি সম্পৰ্কীয়, পৰিৱেশ সম্পৰ্কীয়  যিবোৰ শক্তিশালী আইন আছে এই আইনৰ কোনো ধৰণৰ আওতাৰ গণ্ডীৰ ভিতৰত নপৰাকৈ স্বতন্ত্ৰ ভাৱে চৰকাৰে সকলো ধৰণৰ  কাম কাজ কৰিব পৰিব।

বনাঞ্চলসমূহত, তেলৰ খনন, কয়লাৰ খনন কোনো কাৰণতেই বাধাপ্ৰাপ্ত নহ’ব আৰু চৰকাৰে সকলো আইন একাষৰীয়া কৰি  যিকোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।

গতিকে অসম জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ, উওৰ পূৰ্বাঞ্চল অতি শক্তিশালী অঞ্চল। উওৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য, বনাঞ্চল, পৰিৱেশ পাৰিপাৰ্শ্বিক ধ্বংস কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এই অধিসূচনা জাৰি কৰাৰ চিন্তা চৰ্চা কৰিছে।

গতিকে এই অসম বিৰোধী অধিসূচনা আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে মানি নলওঁ আৰু অসমৰ ৰাইজেইও কেতিয়াও গ্ৰহণ নকৰে বুলি স্পট কৰি দিয়ে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলাৰ ভাঃ সভাপতি লক্ষীকান্ত বড়া, উপ-সভাপতি মিঠুন বৰুৱা, সহ সম্পাদক ধৰনী নেওগ, মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ দাস, সভাপতি বিজু কলিতা, জিলা সমিতিৰ প্ৰচাৰ সম্পাদক হেমন্ত চেতিয়া প্ৰমুখ্যে যুৱ পৰিষদৰ বিষয়ববীয়া ক্ৰমে যুগ্মজিৎ ফুকন, পৰেশ গগৈ, হীৰকজ্যোতি ফুকনকে ধৰি শতাধিক অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কৰ্মী উপস্থিত থাকে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd