• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিমিৰ পেটত সোমাইও বাচিল যুৱক! চিলিত অবিশ্বাস্য কাণ্ড, ঘটনাটো কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2025 3:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশাল মুখখন মেলি যুৱকক গিলি পেলালে আৰু লগে লগে তেওঁক বমি কৰি পুনৰ উলিয়াই দিলে তিমিটোৱে! শেহতীয়াকৈ চিলিৰ উপকূলত এনে এক অবিশ্বাস্য ঘটনা সংঘটিত হৈছে। চিলিৰ পেটাগোনিয়াৰ বৰফৰ পানীত এজন পিতৃ-পুত্ৰই দুঃসাহসিক অভিযানৰ বাবে নাওঁ চলাই আছিল।

হঠাৎ এটা প্ৰকাণ্ড হাম্পবেক তিমি আহি ল’ৰাটোক গিলি পেলালে। কিন্তু তাৰ পিছত তেওঁক পুনৰ বমি কৰি উলিয়াই দিলে। পিতৃ-পুত্ৰই এনে এক ভয়ানক অভিজ্ঞতাৰ সাক্ষী হৈছিল। সেই ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

Apply Now

ঘটনাটোৰ বিষয়ে যিখিনি জনা যায় সেয়া কিছু পৰিমাণে এনেকুৱা – হাম্পবেক তিমিটোৰ পেটত সোমাই যোৱা ২৪ বছৰীয়া ল’ৰাটোৰ নাম এড্ৰিয়ান ছিমানকাছ। পিতৃৰ নাম ডেল। ঘটনাৰ এটা ভিডিঅ’ত এড্ৰিয়ানৰ পিতৃ ডেলে ঢৌৰ ভিডিঅ’ কৰি থকাৰ সময়তে হঠাতে তেওঁৰ ওচৰত এটা বিশাল তিমি আবিৰ্ভাৱ হয়। নিমিষতে তিমিটোৱে নাওখনৰ সৈতে এড্ৰিয়ানক মুখলৈ টানি নিলে!

অৱশ্যে কেইছেকেণ্ডমানৰ ভিতৰতে দেখা গ’ল যে তিমিটোৱে তেওঁক আকৌ বাহিৰলৈ উলিয়াই দিলে। এড্ৰিয়ানৰ ভাষাত ক’বলৈ গ’লে “মোৰ এনে লাগিল যেন  বিশাল ক’লা গহ্বৰ এটাই মোক ঢাকি পেলালে। মোৰ নাক, ​​মুখ, শৰীৰত পিছল এটা অনুভৱ কৰিলোঁ। মই ভাবিলো হয়তো আৰু জীয়াই নাথাকো!”

 কিন্তু ভাগ্য ভাল যে তিমিটোৱে কেইছেকেণ্ডমানৰ পিছতে তেওঁক এৰি দিলে আৰু এড্ৰিয়ানেও লাইফ জেকেটৰ সহায়ত পানীৰ ওপৰত ওপঙি উঠিল। পিছত তিমিটোৱেও তেওঁক এৰি আন ঠাইলৈ গুচি গ’ল।

বন্যপ্ৰাণী বিজ্ঞানী ভেনেছা পিৰোটাই তিমিটোৰ এই কৃতিত্বৰ বিষয়ে ব্যাখ্যা কৰিছে। তেওঁ কয় যে হাম্পবেক তিমি মানুহৰ দৰে ডাঙৰ বস্তু খাবলৈ জন্ম হোৱা নাই। ই আচলতে লাং ফিডিং কৰিছিল। অৰ্থাৎ, একেলগে বৃহৎ পৰিমাণৰ পানীৰে সৈতে মাছ গিলি পেলায়। সেই মুহূৰ্ততে নাওখন আৰু যুৱকজন হঠাতে তেওঁৰ হাতৰ মুঠিত আহিল, আৰু ভুলবশতঃ সিহঁতক গিলি পেলালে। কিন্তু বুজি পোৱাৰ পিছত এৰি দিলে।

তিমি এটাই মানুহক গিলিব পাৰেনে? এনে এটা প্ৰশ্নৰ উত্তৰত ভেনেছাৰ উত্তৰ হ’ল “নাই।” তিমিৰ ডিঙি আৰু সংকীৰ্ণ খাদ্যনলীৰ গঠন মানুহৰ দৰে ডাঙৰ বস্তু গিলিবলৈ উপযোগী নহয়। সেয়ে ই কেৱল এটা দুৰ্ঘটনা আছিল।” এনে দুৰ্ঘটনাৰ পিছত এড্ৰিয়ান আৰু তেওঁৰ দেউতাক ডেলে আকৌ নাও চলাবলৈ যাব নেকি বুলি সোধাত দুয়োজনে হাঁহি হাঁহি ক’লে, “হয়, অৱশ্যেই!”

Humpback whale swallows kayaker off Chile before releasing him. pic.twitter.com/UuUatMGUxN

— The Associated Press (@AP) February 13, 2025

কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়। ২০২১ চনত দক্ষিণ আফ্ৰিকাত এটা তিমিয়েও একে ধৰণেৰে এজন ডুবাৰুক গিলি পেলাইছিল। কিন্তু কেইছেকেণ্ডমানৰ পাছত তেওঁলোককো বাহিৰলৈ উলিয়াই দিয়া হয়। বিশ্বজুৰি বিৰল হ’লেও সাগৰীয় পৰিৱেশত এনে ঘটনা মাজে মাজে সংঘটিত হয়। কিন্তু চিলিৰ এই ঘটনা বৈজ্ঞানিক গৱেষণাৰ বাবে এক ডাঙৰ ৰহস্য হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd