• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তীব্ৰ বিদ্যুৎ সংকটৰ দিশে দেশ! পৰিত্ৰাণ পাবলৈ চৰকাৰে গ্ৰহণ কৰিলে এই ব্যৱস্থা, কি ব্যৱস্থা?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 29, 2022 7:08 pm
247
VIEWS
Share on FacebookShare on Twitter

গ্ৰীষ্মৰ সংহাৰ আৰম্ভ হোৱাৰ লগে লগে তীব্ৰ বিদ্যুতৰ সংকটে গ্ৰাস কৰাৰ উপক্ৰম ঘটিছে দেশক। ইতিমধ্যে দেশৰ বহু ৰাজ্যত বিদ্যুতৰ তীব্ৰ নাটনিয়ে দেখা দিছে।

অহা পাঁচ দিনত ৪৬ ডিগ্ৰী চেলচিয়াচ তাপমাত্ৰাই দহিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী শুনোৱা নতুন দিল্লীতো বিদ্যুতৰ সংকট আৰম্ভ হৈ গৈছে।

একেই অৱস্থা মহাৰাষ্ট্ৰতো।

দেশৰ বহু ৰাজ্যত কয়লা চালিত বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহত কয়লাৰ তীব্ৰ নাটনিয়ে দেখা দিছে।

এনে পৰিস্থিতিত বহু কেইটা বিদ্যুৎ উৎপাদন কেন্দ্ৰত বিদ্যুতৰ উৎপাদন বহু পৰিমাণ হ্ৰা, পাইছে।

এই জটিল পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যলৈ কয়লাৰ সৰবৰাহ অধিক দ্ৰুত কৰি তোলাৰ সিদ্ধান্ত লৈছে।

সেইমৰ্মে কয়লা পৰিবাহী ৰে’লৰ দ্ৰুত চলাচলত সুবিধা হোৱাকৈ বহু যাত্ৰীবাহী ৰে’ল বাতিল কৰা হৈছে।

এনেদৰে চৰকাৰে বিদ্যুৎ সংকট এৰাই চলিবলৈ বিদ্যুৎ প্ৰকল্পসমূহত হ্ৰাস পোৱা কয়লাৰ যোগান বৃদ্ধিৰ চেষ্টা চলাইছে।

উল্লেখ্য শেহতীয়াকৈ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে কয়লাৰ চাহিদা বৃদ্ধি কৰিছে। কয়লাৰ সহায়তেই দেশৰ প্ৰায় ৭০ শতাংশ বিদ্যুৎ উৎপাদন হৈ আহিছে।

সেয়ে চৰকাৰে যাত্ৰীবাহী ৰে’ল বাতিল কৰি কয়লা পৰিবাহী ৰে’লৰ চলাচল বৃদ্ধি কৰাত গুৰুত্ব দিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd