• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনি তালাক মানি নোলোৱাৰ বাবে মহিলাক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ

NE NOW NEWS এন ই নাও নিউজ
হোজাই , August 4, 2019 10:19 am

2 min read

নাৰী-নিৰ্যাতন

প্রতিনিধিত্বমূলক ফটো

2.7k
VIEWS
Share on FacebookShare on Twitter

তিনি তালাক আইন সংসদ গৃহীত হোৱাৰ পাছত আইনখনক লৈ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে।

এই ‘তিন তালাক’ মানি নোলোৱাৰ বাবে অসমতে এগৰাকী মহিলাক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

হোজাই জিলাৰ মোৰাঝাৰত পৰিয়ালৰ সৈতে মিলি গিৰিয়েকে পত্নীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনা অনুসৰি, মোৰাঝাৰ থানাৰ অন্তৰ্গত কৰৈয়নী গাঁৱৰ ৰুবিয়া চুলতানাৰ আঠ বছৰ পূৰ্বে গাঁৱখনৰে ইছলামুদ্দিন নামৰ লোকজনৰ সৈতে বিয়া হৈছিল।

তেওঁলোকৰ ফালৰ পৰা দুটা সন্তানো আছিল।

পাঁচ বছৰ পূৰ্বে ইছলামুদ্দিনে দ্বিতীয় বিবাহ কৰোৱাৰ পাছতে অশান্তিৰ সূত্ৰপাত হয়।

ইপিনে, দ্বিতীয় বিবাহৰ পাছতো ক্ষান্ত নাথাকি ইছলামুদ্দিনে তৃতীয় বিবাহৰ বাবে মন মেলে আৰু প্ৰথমা পত্নীক তালাকৰ বাবে হেঁচা দিয়ে।

ৰুবিয়াই তালাকত সন্মতি নিদিয়াৰ বাবে শুকুৰবাৰে নিশা স্বামী ইছলামুদ্দিন, পিতৃ আৰ্জড আলী আৰু খুড়াকৰ পুতেক ৰহুমুদ্দিনে ৰুবিয়াৰ সৈতে অসৎ কাৰ্যত লিপ্ত হ’ব বিচাৰে।

ৰুবিয়াই অমান্তি হোৱাত তেওঁৰ গুপ্তাংগত আঘাত হানে আৰু মাৰপিট কৰাৰ লগতে বিহ পান কৰোৱাই হত্যাৰ চেষ্টা চলায়।

শনিবাৰে পুৱাৰ ভাগত ৰুবিয়াই গিৰিয়েকৰ ঘৰৰ পৰা পলাই আহিবলৈ সক্ষম হয়।

ঘৰলৈ আহি ৰুবিয়াই পৰিয়ালৰ আগত সকলো বিবৰি কয়।

পৰিয়ালৰ লোকে ৰুবিয়াক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পথত স্বামী ইছলামুদ্দিন আৰু তেওঁৰ পৰিয়ালৰ লোকে পথৰ মাজতে দা-লাঠী লৈ বাধা প্ৰদান কৰে।

ইয়াৰ পাছতে মোৰাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু চিকিসালয়লৈ প্ৰেৰণ কৰে।

Recent News

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd