• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোভিডত আক্রান্ত হোৱাৰ সন্দেহত পত্নীক উলিয়াই দিলে ঘৰৰ পৰা, বিচাৰিলে বিবাহ বিচ্ছেদ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2020 5:48 pm
marriage
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণকলৈ এতিয়া বহুতৰে মনত তীব্ৰ আতংকই বিৰাজ কৰিছে। এনে আতংকৰ বাবেই গুজৰাটৰ এজন লোকে তেওঁৰ পত্নী আৰু দুই সন্তানক কোভিডত আক্ৰান্ত হোৱাৰ সন্দেহত ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

গুজৰাটৰ ভদোদৰাৰ কাৰেলিবাগ নিবাসী লোকজনৰ পত্নীয়ে ৰোগাক্ৰান্ত শাহুৱেকৰ পৰিচৰ্যাৰ বাবে নিতৌ চিকিৎসালয়লৈ যাবলগীয়া হৈছিল।

Apply Now

মে মাহটোত প্ৰায় সদায় চিকিৎসালয়লৈ যোৱা মহিলা গৰাকী শেহতীয়াকৈ কাহ,চৰ্দি আৰু জ্বৰত আক্ৰান্ত হয়।

স্বামীয়ে তেওঁ কোভিডত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি তেওঁক ঘৰৰ পৰা ওলাই যাবলৈ কয়।

কিন্তু পত্নীয়ে কোনো কাৰণতে ঘৰ এৰি যাবলৈ প্ৰস্তত নোহোৱাত স্বামীয়ে তেওঁক ঘৰৰ আন সদস্যৰ সৈতে মিলি মাৰধৰ কৰে আৰু কণমানি দুই সন্তানৰ সৈতে ঘৰৰ পৰা বলপূৰ্বক উলিয়াই  দিয়ে।

উপায় বিহীন হৈ মহিলা গৰাকীয়ে তেওঁৰ ৫ আৰু ৬ বছৰীয়া দুই সন্তানৰ সৈতে আহমেদাবাদত থকা স্বামীৰে আন এটা ঘৰলৈ গুচি যায়।

আহমেদাবাদত চিকিৎসা কৰোৱাৰ অন্তত মহিলা গৰাকী সুস্থ হৈ উঠে যদিও স্বামীয়ে পুনৰ তালৈকে গৈ পত্নীক সেই ঘৰো এৰি যাবলৈ কৈ মাৰধৰ কৰে।

স্বামীয়ে আনকি পত্নীৰ সৈতে বিবাহ বিচ্ছেদো বিচাৰে।

উপায়ন্তৰ হৈ মহিলা গৰাকীয়ে আহমেদবাদৰ আনন্দ নগৰ থানাত স্বামীৰ বিৰুদ্ধে গোচৰ তৰে।

ক’ৰ’ণাতংকৰ বাবে দেশত এনে ঘটনা আৰু বহুত ঘটিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

October 28, 2026 7:22 am
৫৩ বছৰতো ইমান ফিট শচীন তেণ্ডুলকাৰ! ত্যাগ কৰিছে দুটা বদভ্যাস, জানক তেওঁৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ ৰহস্য

৫৩ বছৰতো ইমান ফিট শচীন তেণ্ডুলকাৰ! ত্যাগ কৰিছে দুটা বদভ্যাস, জানক তেওঁৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ ৰহস্য

October 28, 2026 6:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd