• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলদৈত হৃদয়বিদাৰক ঘটনা : দহ বছৰৰ প্ৰেমৰ পিছত বিয়া হোৱা ন-বোৱাৰীক জ্বলাই দিলে স্বামীৰ পৰিয়ালে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2018 12:37 am
বিতু হাজৰিকা আৰু ককায়েক, গৰীৱৰ বন্ধু বিৰাজ হাজৰিকা।

বিতু হাজৰিকা আৰু ককায়েক, গৰীৱৰ বন্ধু বিৰাজ হাজৰিকা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুমাহৰ পূৰ্বে মঙলদৈৰ নাহৰবাৰী নামৰ ঠাইলৈ বিয়া হৈ যোৱা এগৰাকী ন-বোৱাৰীক আজি শহুৰেকৰ ঘৰৰ মানুহে চূড়ান্ত নিৰ্মমতাৰে জীৱন্তে জ্বলাই দিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা ঘটে। দহ বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত বিতু হাজৰিকা নামৰ এই ছোৱালীজনী বিয়া হৈছিল কৃতী বৰুৱা নামৰ মঙলদৈৰ যুৱকজনলৈ। কৃতী বৰুৱা অসম আৰক্ষীৰ জোৱান আৰু তেওঁ তৃতীয় অসম আৰক্ষী বেটেলিয়নত কৰ্মৰত।

কিন্তু দুৰ্ভাগ্য যে মাত্ৰ দুমাহৰ পিছতে সেই প্ৰেম বিবাহ পৰিণত হ’ল কৰুণ মৃত্যুৰ কোলালৈ। বোৱাৰীগৰাকীৰ দেহ সম্পূৰ্ণকৈ জ্বলি এঙাৰ হৈ যায়। পৰিয়ালৰ লোকে ইয়াক পৰিকল্পিত হত্যা বুলি দাবী কৰিছে। জানিব পৰামতে দহ বছৰৰ সম্পৰ্কৰ পিছতো বিতুক স্বামী কৃতী বৰুৱাই বিয়া কৰাব বিচৰা নাছিল।

Apply Now

চি আই এছ এফত চাকৰি কৰা ককায়েকে বিৰাজ হাজৰিকাই এই দুৰ্ভাগ্যৰ খবৰ দি ফেচবুক পোষ্টত লিখে, ‘অলপ সময়ৰ আগতে মোৰ ভনীক জুই জ্বলাই মাৰি পেলালে’।

তেওঁলোক দুখীয়া ঘৰৰ বাবেই এই অৱস্থাৰ সন্মুখীন হ’ব লগীয়া হ’ল বুলিও দুখ কৰে।

‘অলপ সময়ৰ আগতে মোৰ ভনীক জুই জ্বলাই মাৰি পেলালে শহুৰেকৰ ঘৰত মংগলদৈত । দুমাহ মান আগতে বিয়া হৈছিল , মই ছুটি লৈ আহি আছো । আগলৈ যাতে আৰু এনেকুৱা ঘটনা নহয় তাৰ বাবে ব্যৱস্থা লব লাগিব, আৰু কোনো ছোৱালী যাতে মৰিব লগা নহয় । আমি দুখীয়া ঘৰৰ বাবে আমাৰ এই অবস্থা।’ এইদৰে কয় তেওঁ নিজৰ পোষ্টত।

মন কৰিব লগীয়া যে এই ঘটনাৰ পিছতো তেওঁ অতি ধৈৰ্য্যসহ আৰু কোনো প্ৰৰোচনা নোহোৱা ধৰণৰ পোষ্ট লিখে। ‘ৰাইজৰ সহায় লাগিব।’ এইদৰে তেওঁ ৰাইজৰ সহায়ো কামনা কৰে।

উল্লেখ কৰিব পাৰি যে বোৱাৰীগৰাকীৰ ককায়েক বিৰাজ হাজৰিকাক সকলোৱে গৰীৱৰ বন্ধু বুলিয়ে জানে। তেওঁ নিজৰ দৰমহাৰ আধা দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীৰ সহায়ৰ বাবে বিলাই আহিছে। তেওঁ এই বদান্যতাৰ বাবে বহু সন্মানো লাভ কৰিছে। বিৰাজ হাজৰিকা বৰ্তমান শিৱসাগৰৰ কৰ্মস্থলীৰ পৰা ঘৰ অভিমুখে আহি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd