• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 8, 2021 9:47 am

1 min read

আজি হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড

প্ৰতিনিধিত্বমূলক চিত্ৰ

254
VIEWS
Share on FacebookShare on Twitter

আজি আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচত নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব হায়দৰাবাদ এফ চি।

দুয়োটা দলৰে এইখন প্ৰথম লেগৰ অন্তিম মেচ।

মেচখন তীব্ৰ আকৰ্ষণীয় হোৱাৰ সম্ভাৱনাই দেখা দিছে। কিয়নো মেচখনত যিটো দলে জয়ী হ’ব সেই দলটোৱে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হ’ব।

বৰ্তমান হায়দৰাবাদ এফ চি ১২ পইণ্টেৰে তালিকাৰ পঞ্চম আৰু ১১ পইণ্টেৰে নৰ্থ-ইষ্ট য়ুনাইটেড ষষ্ঠ স্থানত আছে।

‘এইটো পূৰ্বৰ ছিজন সমূহৰ দৰে সাধাৰণ নহয়, কোন কেইটা দল শীৰ্ষ চাৰিটা স্থানত থাকিব সেয়া অনুমান কৰাটো প্ৰায় অসম্ভৱ বুলি মই ভাবো। কিন্তু আমি পৰ্যায়ক্ৰমে আগবাঢ়িব লাগিব আৰু বৰ্তমান নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে হ’বলগীয়া মেচখনত মনোনিৱেশ কৰিছো’, হায়দৰাবাদৰ মুখ্য প্ৰশিক্ষক মেনুৱেল মাৰকিজ ৰকা।

উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক জেৰাৰ্ড নুছে আজিৰ মেচখনক লৈ যথেষ্ট আশাবাদী বুলি সংবাদমেলত জানিবলৈ দিয়ে।

তেওঁ কয়, ‘আমি সদাই পজিটিভ থাকিম। মই শুনাৰ দৰে আমি ৰক্ষণাত্মক দল নহয়। আমি এনেকুৱা এটা দল যিয়ে জানে কেনেকৈ আক্ৰমণ কৰিব লাগে’।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd