• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 19, 2021 3:20 pm

1 min read

dc-Cover-fosgj
251
VIEWS
Share on FacebookShare on Twitter

এই খন সমাজত কিমন যে কি ঘটনা নঘটে!

নিশা ১০ বছৰীয়া পুত্ৰক দোকানৰ পৰা বিড়ি কিনি আনিবলৈ এজন পিতৃয়ে।

কিন্তু দোকানৰ পৰা উভতি অহাত পলম হোৱাৰ বাবেই পিতৃয়ে টাৰ্পিনল ঢালি জ্বলাই দিলে পুত্ৰক।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদৰ সমীপৰ কুকাতপল্লী হাউচিং কল’নিত।

যোৱা নিশা প্ৰায় ৯.৩০ বজাত বালু নামৰ লোক জনে তেওঁৰ ষষ্ঠ শ্ৰেণীত পঢ়ি থকা পুত্ৰ চাৰণক পঠিয়াইছিল বিড়ি আনিবলৈ।

কিন্তু চাৰণে বিড়ি ক্ৰয় কৰি উভতি অহাত পলম কৰাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ পৰে পিতৃ বালু।

পুত্ৰই উভতি অহাৰ পিছতে বালুৱে দোকানৰ পৰা উভতি অহাত পলম হোৱা বাবে পুত্ৰক গালি-গালাজ কৰিবলৈ ধৰে আৰু এটা সময়ত ঘৰৰ কাষতে থকা টাৰ্পিনল আনি পুত্ৰৰ দেহত ঢালি দিয়ে।

ইয়াৰ পিছতে বালুৱে বিড়ি জ্বলাই জ্বলন্ত কাঠিডাল পুত্ৰৰ দেহলৈ দলিয়াই দিয়ে।

ফলত দপদপকৈ জ্বলি উঠে চাৰণৰ দেহ।জ্বলন্ত অৱস্থাৰেই চাৰণে বাহিৰলৈ দৌৰ মাৰে।

চাৰণৰ চিঞৰ শুনি ওচৰ চুবুৰীয়াই বাহিৰলৈ ওলাই আহি চাৰণক ৰক্ষা কৰাৰ চেষ্টা চলায়।

কাষৰীয়া লোকে চাৰণক ততাতৈয়াকৈ গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

দেহৰ প্ৰায় ৯০ শতাংশ জ্বলি যোৱা চাৰণৰ জীয়াই থকাৰ আশা তেনেই কম বুলি জানিব পৰা গৈছে।

নিষ্ঠুৰ পিতৃৰ এনে কাৰ্যই এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও পিতৃ বালুৱে পুত্ৰ চাৰণক শিশু শ্ৰমিক হিচাবে কাম কৰিবলৈ বাহিৰলৈ পঠিয়াইছিল।

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd