• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগষ্টত ভাৰতীয় গাড়ী বজাৰলৈ আহি আছে অত্যাধুনিক ডিজাইনেৰে হুণ্ডাই Grand i10 Nios

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2019 3:31 pm
Hyundai Nios

হুণ্ডাই গ্ৰ্যাণ্ড আই-১০ নিয়'ছ

1.8k
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্ববৃহৎ কাৰ নিৰ্মাতা হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠানটোৰ তৃতীয় প্ৰজন্মৰ গ্ৰ্যাণ্ড আই-১০ ভাৰতীয় গাড়ী বজাৰত ২০ আগষ্টত মুকলি কৰি দিব বুলি বুধবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।

সৰু চহৰ আৰু নগৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হুণ্ডাইৰ চাৰিচকীয়া বাহনখনৰ নামাকৰণ কৰা হৈছে গ্ৰ্যাণ্ড আই-১০ নিয়’ছ (Grand i10 Nios)।

প্ৰতিষ্ঠানটোৱে নিয়’ছৰ অৰ্থ এনেদৰে প্ৰকাশ কৰে- ‘‘সম্পূৰ্ণ নতুন বাহ্যিক আৰু আভ্যন্তৰীণ ডিজাইনেৰে সৈতে আহিছে’’। ১.২ লিটাৰ পেট্ৰ’ল ইঞ্জিনৰে সৈতে বজাৰলৈ আহিবলগীয়া কাৰখনৰ উচ্চ ক্ষমতা হ’ব ৮৩ পি এছ আৰু ১১.৬ কিলোগ্ৰাম টৰ্ক। ১.২ লিটাৰ ডিজেল ইঞ্জিনতো হুণ্ডাই গ্ৰ্যাণ্ড আই-১০ নিয়’ছ উপলব্ধ হ’ব।

হুণ্ডাইৰ প্ৰতিদ্বন্দি মাৰুতিয়ে ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা ইয়াৰ সকলো সৰু কাৰৰ ডিজেল মডেলৰ বিলুপ্তি ঘটাব বুলি উল্লেখ কৰাৰ বিপৰীতে হুণ্ডায়ে চেণ্ট্ৰোৰ বাহিৰে ইয়াৰ আন সকলো গাড়ীৰে ডিজেল ম’ডেল চলাই ৰাখিব বুলি ঘোষণা কৰিছে।

গ্ৰাণ্ড আই-১০ নিয়’ছ অত্যাধুনিক স্বয়ংক্ৰিয় ট্ৰেঞ্চমিছন পদ্ধতিত পেট্ৰ’ল আৰু ডিজেলত উপলব্ধ হ’ব। বৰ্তমান গ্ৰ্যাণ্ড আই-১০ মডেলতহে ৪ স্পীড স্বয়ংক্ৰিয় ট্ৰেঞ্চমিছন পদ্ধতি উপলব্ধ হৈ আছে।

উন্নত প্ৰযুক্তিৰ প্ৰয়োগ আৰু বিশ্বমানৰ পন্যৰে হুণ্ডাই মটৰ ইণ্ডিয়াই ভাৰতীয় গাড়ী বজাৰত বিগত ২১ বছৰ ধৰি বিশেষ আসন অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

‘‘অত্যাধুনিক প্ৰযুক্তি আৰু আকৰ্ষণীয় ডিজাইনেৰে আমি আমাৰ গ্ৰাহকসকলক সন্তুষ্ট কৰিব পৰাকৈ তৃতীয় প্ৰজন্মৰ গ্ৰ্যাণ্ড আই-১০ নিয়’ছ মুকলি কৰিবলৈ পাই অতি সুখী অনুভৱ কৰিছো।’’ হুণ্ডাই মটৰ ইণ্ডিয়াৰ প্ৰবন্ধ সঞ্চালক এছ এছ কিমে এনেদৰে মত প্ৰকাশ কৰে।

২০০৭ চনৰ পৰা হুণ্ডাই আই-১০ নেমপ্লেটেৰে মুকলি কৰা বাহনখনে কোৰিয়াৰ গাড়ী বজাৰত সৰ্বশ্ৰেষ্ঠ বিক্ৰী হোৱা বাহন হিচাপে স্বীকৃতি লাভ কৰাৰ লগতে মুকলি হোৱাৰ দিন ধৰি ভাৰতীয় গাড়ী বজাৰত শীৰ্ষৰ ১০ খন আটাইতকৈ বেছি বিক্ৰী হোৱা গাড়ীৰ মাজত স্থান অধিকাৰ কৰি আহিছে।

আনাতে, বিগত ১২ মাহত গাড়ী বজাৰত হুণ্ডাইৰ গাড়ী বিক্ৰীৰ হাৰ হ্ৰাস পাইছে যদিও প্ৰতিষ্ঠানটোৱে নতুনকৈ মুকলি কৰিবলগীয়া গ্ৰ্যাণ্ড আই-১০ নিয়’ছৰ দ্বাৰা ইয়াৰ বিক্ৰীৰ হাৰ পুনৰ বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd