• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাহেকীয়া হোৱাৰ কেইবাদিনৰ আগৰে পৰা মন মেজাজ ভালে নাথাকে : সমাধানৰ উপায় কি?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 2, 2024 1:21 pm
7.1k
VIEWS
Share on FacebookShare on Twitter

মাহেকীয়াৰ সময়ত পেটৰ তলৰ অংশত হোৱা বিষ, ভাগৰুৱা অনুভৱ, পেটৰ বিষ  আদি না না সমস্যাই দেখা দিয়ে। বেছিভাগ মহিলাই মাহেকীয়াৰ দিনকেইটা এইবোৰ সমস্যাৰ মাজেৰে পাৰ কৰিবলগা হয়।

কিন্তু বহুতৰে ক্ষেত্ৰত এই শাৰীৰিক অস্বস্তি মাহেকীয়াৰ আগতেই আৰম্ভ হয়। মুখৰ ব্ৰণ, কঁকালৰ বিষ, মনৰ অস্থিৰতা আদি কেইবাটাও সমস্যাই ঋতুস্ৰাৱৰ আগতেই দেখা দিয়ে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক প্ৰি-মেনষ্ট্ৰুৱেল চিনড্ৰম বুলি কোৱা হয়। এই লক্ষণসমূহ মাহেকীয়া আৰম্ভ হোৱাৰ ১০-১৫ দিন আগতে দেখা দিয়ে।

কিছুমান মহিলাৰ প্ৰিমেনষ্ট্ৰুৱেল চিণ্ড্ৰম ইমানেই ভয়াৱহ হয় যে দৈনন্দিন কাম-কাজ কৰাটোও কঠিন হৈ পৰে। মাহেকীয়া আৰম্ভ হোৱাৰ লগে লগে এই লক্ষণবোৰ কমি যায় যদিও বেছিভাগ লক্ষণ সাধাৰণতে মাহেকীয়াৰ সমসয়তো স্থায়ী হৈ ৰয়।

এই সমস্যা দূৰ কৰিবৰ বাবে কি কি উপায় অৱলম্বন কৰিব?

১) পেটৰ বিষ, ভাগৰুৱা, পেশীৰ বিষ আদি সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে। গোটেই মাহটো প্ৰচুৰ পানী খালে ঋতুস্ৰাৱৰ দিনবোৰত বিষ কমকৈ হ’ব। যদি চৰ্দি-কাঁহ হয় তেন্তে পিৰিয়ডৰ লক্ষণবোৰ অধিক কষ্টদায়ক হ’ব।

২) গোটেই মাহটো ব্যায়াম কৰা। অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা দূৰ কৰাৰ পৰা আৰম্ভ কৰি ব্যায়ামে ঋতুস্ৰাৱৰ সময়ত শাৰীৰিক বিষৰ পৰাও উপশম দিয়ে। ব্যায়াম কৰিলে শৰীৰত ৰক্ত সঞ্চালন সক্ৰিয় হৈ থাকে। ঋতুস্ৰাৱৰ সময়তো লঘু ব্যায়াম কৰিব পাৰে।

৩) পিৰিয়ড আৰম্ভ হোৱাৰ আগতেই মন-মেজাজ বিঘ্নিত হয়। ইয়াৰ মূল কাৰণ হ’ল হৰম’নৰ ভাৰসাম্যহীনতা। গতিকে পটাছিয়াম, মেগনেছিয়াম, কেলচিয়াম আৰু ভিটামিন ডি সমৃদ্ধ খাদ্য খাদ্যৰ তালিকাত ৰাখক।

৪) পিৰিয়ডৰ সময়ত শাৰীৰিক অস্বস্তিৰ পৰা হাত সাৰিবলৈ কুহুমীয়া পানীৰে গা ধুব লাগে। 

৫) ঋতুস্ৰাৱৰ সময়ত শাৰীৰৰ পীড়া কমোৱাৰ বাবে ধ্যান কৰিব লাগে। লগতে অস্বাস্থ্যকৰ আৰু ভজা-পোৰা খাদ্যৰ খোৱাৰ পৰাও আঁতৰি থাকিব লাগে। ইয়াৰ দ্বাৰা ঋতুস্ৰাৱৰ পূৰ্বে আৰু ঋতুস্ৰাৱৰ সময়ত হোৱা সমস্যাৰ পৰা হাত সাৰিব পাৰি।

 

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd