• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“৪৩ বছৰ বয়সত মই কুমাৰীত্ব হেৰুৱালো”, যৌনতালৈ শংকিত এগৰাকী মহিলাৰ স্বীকাৰোক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2023 9:10 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী মহিলা এক অকটপট স্বীকাৰোক্তিত কয় যে ৪৩ বছৰ বয়সতহে তেওঁৰ নিজৰ কুমাৰীত্ব হেৰুওৱাইছিল।

এক বিশেষ ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়ান মহিলাগৰাকীয়ে শৈশৱৰে পৰা পৰা হুইল চেয়াৰক সংগী কৰি লৈছে। মহিলাগৰাকীৰ যৌনতাৰ প্ৰতি আকৰ্ষণ থাকিলেও এক অজান আশংকাত যৌনতাৰ প্ৰতি শংকিত হৈ আহিছিল।

কিন্তু তেওঁ অৱশেষত এটা অনলাইন পৰিচৰ্যাৰ এজেঞ্চিৰ সৈতে যোগাযোগ কৰি এগৰাকী পুৰুষৰ সৈতে তেওঁ ৪৩ বছৰৰ বয়সত প্ৰথমবাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। ব্ৰিটিছ সংবাদ সংস্থা বিবিচিত সেই অবিজ্ঞতাৰ কথা প্ৰকাশ কৰি মেলানি হ’কছ নামৰ মহিলাগৰাকীয়ে কয় যে প্ৰথম যৌন সম্পৰ্ক স্থাপনৰ সময়ত তেওঁ আতংকিত হৈ পৰিছিল।

Apply Now

কোৱাড্ৰিপ্লেজিক ভিডিঅ’ এডিটৰগৰাকীয়ে মেৰুদণ্ডৰ প্ৰদাহত ভুগিছে যাক ট্ৰেন্সভাৰ্ছ মাইলাইটিছ বুলি জনা যায়। তেওঁ শিশু অৱস্থাত টেণ্ট্ৰামৰ আঘাতৰ পোৱাৰ পাছতে এই ৰোগত আক্ৰান্ত হোৱা বুলিও জানিবলৈ দিয়ে।

তেওঁ কয় তীব্ৰ ইচ্ছা থাকিলেও যৌনতাক লৈ থকা তেওঁৰ আতংকৰ বাবে ৪৩ বছৰলৈ অপেক্ষা কৰিবলগীয়া হয়। অৱশ্যে এই সময়ছোৱাত তেওঁ এনে এজন পুৰুষৰ সন্ধানতো আছিল যাৰ সৈতে তেওঁ জীৱনৰ প্ৰথম এই অনন্য অভিজ্ঞতা আহৰণ কৰিব পাৰে। তেওঁ কয় যে ইয়াৰ বাবে তেওঁ এজন বিশেষ পুৰুষক এটা এনলাইন এস্ক’ৰ্ট এজেন্সিত সন্ধান কৰিছিল।

অৱশেষত হ’কছে চাইছ নামৰ এজন পুৰুষ বাছনি কৰিলে। এস্কৰ্ট এনকাউণ্টাৰৰ বিষয়ে হ’কছে কয়, “মোৰ যৌন জ্ঞানৰ অভাৱ আছিল যদিও মোৰ সন্মুখত থিয় হৈ থকা বিশেষজ্ঞজনৰ ওচৰত মই সম্পূৰ্ণৰূপে সুৰক্ষিত অনুভৱ কৰিছিলোঁ।”

“প্ৰথমবাৰৰ বাবে মই এজন মানুহৰ সন্মুখত, চিকিৎসালয়ৰ বাহিৰত উলংগ হৈ আছিলো।” হ’কছে লগতে কয়।

ইয়াৰ পাছতে হ’কছৰ আত্মবিশ্বাস বৃদ্ধি হোৱা বুলি সদৰী কৰিছে। হুইল শ্বেয়াৰে যাৰ জীৱন সেই হ’কছে কুমাৰীত্ব হেৰুওৱাৰ পাছতে এতিয়া অত্যধিক জীৱনমুখী হৈ উঠিছে আৰু অনলাইন ডেটিং এপ ব্ৰাউজ কৰি অন্য পুৰুষৰ সন্ধান কৰি আছে।

বিবিচিক কয়, “মই কেতিয়াও ভবা নাছিলো যে মই ডেটিং এপত গৈ পুৰুষৰ সৈতে অনলাইনত কথা পাতিম, আৰু এতিয়া মই প্ৰায় দৈনিক এই কাম কৰি আছো।”

“মোৰ আত্মবিশ্বাস বৃদ্ধি হৈছে, মই আগৰ তুলনাত বেছি সুখী, আৰু সেই জীৱন সলনি কৰা অভিজ্ঞতাৰ মূল্য মোক আন কোনেও দিব নোৱাৰে।” হকছে অকপটে স্বীকাৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd