• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লকডাউন! ৪৭ দিন ট্ৰাকত কটোৱা চালকে ক’লে : ‘এতিয়াও ট্ৰাকতে শুই থকা যেন লাগে!’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 11:06 am
index

চালক সুনীল কুমাৰ, ফ'টোৰ উৎস- হিন্দুস্তান টাইমছ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না প্ৰতিৰোধৰ বাবে হঠাতে দেশজুৰি বলৱৎ কৰা ল’কডাউনৰ ফলত ট্ৰাকতে ৪৭ দিন আতবাহিত কৰিলে এজন ট্ৰাক চালকে।

উত্তৰাখণ্ডৰ চাম্পাৱট জিলাৰ ট্ৰাক চালকজনে ট্ৰাকত একেহাৰে ৪৭ দিন অতিবাহিত কৰাৰ পিছত শনিবাৰে নিজ গৃহত উপস্থিত হয়।

Apply Now

সুনীল কুমাৰ নামৰ চমাপাৱট জিলাৰ মাঞ্চৰ চালকজনে যোৱা ছবছৰ দিন ধৰি দিল্লীস্থ এটা পৰিবহণ প্ৰতিষ্ঠানত চালক ৰূপে কৰ্মৰত।

সুনীলে জানিবলৈ দিয়ে যে দিল্লী আৰু ৰাজস্থান সীমান্তত তেওঁ ল’কডাউনৰ বাবে ৪৭ টাকৈ ৰাতি ট্ৰাকতে অতিবাহিত কৰে।

“মই ২২ মাৰ্চত দিল্লীৰ পৰা হায়দৰাবাদ অভিমুখে ৰাওনা হৈছিলো। ২৩ মাৰ্চত দিল্লী আৰু ৰাজস্থান সীমান্তৰ চাফাপুৰাত পাইছিলোগৈ, আৰু ল’কডাউনৰ বাবে মই তাতে থাকিব লগা হ’ল।” সুনীলে কয়।

“ৰাজস্থান আৰক্ষীয়ে মোক আগবাঢ়িবলৈ আৰু দিল্লী আৰক্ষীয়ে মোক উভতিবলৈ নিদিলে। মই ক’লৈকো যাব নোৱাৰিলো। গতিকে মই তাতে থকাৰ সিদ্ধান্ত ল’লো। ট্ৰাকত কিছুদিনৰ বাবে হোৱাকৈ ৰেচন আৰু এটা ষ্ট’ভ আছিল। তাতে ৰান্ধিছিলো আৰু ওচৰৰ গোলামালৰ দোকানৰ পৰা ৰেচন আনিছিলো।” তেওঁ কয়।

সুনীলৰ মতে সেয়া অতি কষ্টকৰ অভিজ্ঞতা আছিল।

“ৰাতিবোৰ তৰা গণি গণি পাৰ কৰিছিলো। আশা কৰিছিলো ২৪ এপ্ৰিলত ল’কডাউন শেষ হ’ব আৰু মই ঘৰ বা হায়দৰবাদলৈ যাব পাৰিম। কিন্তু ম্যাদ বৃদ্ধি কৰি দিয়াৰ ফলত পৰিস্থিত কঠিন হৈ পৰিছিল।” চালক সুনীলৰ মন্তব্য।

“কেনেবাকৈ দিনবোৰ তাতে অতিবাহিত কৰি পাৰ কৰিলো। দুঃচিন্তা হৈছিল। ঘৰত গৰ্ভৱতী পত্নী আছে। ম’বাইলত ৰিচাৰ্জ কৰিব পৰা নাছিলো। পৰিয়ালৰ অভাৱ বৰকৈ অনুভৱ কৰিছিলো।” এইদৰে অভিজ্ঞতাৰ বৰ্ণনা কৰে সুনীলে।

অৱশেষত ৩ মে’ত বাণিজ্যিক বাহনবোৰ চলাৰ অনুমতি দিয়াৰ ফলত সুনীলে উভতি আহি ৫ মে’ত দিল্লীত উপস্থিত হয়।

দিল্লীৰ পৰিবহণ কাৰ্যালয়ত ট্ৰাকখন চমজাই দি অনলাইনেৰে টিকট বুকিং কৰি উত্তৰাখণ্ডলৈ আহে সুনীল।

উত্তৰাখণ্ডৰ স্বাস্থ্য বিভাগে তেওঁৰ স্বাস্থ্য স্ক্ৰীনিং কৰাৰ পিছত ৯ এপ্ৰিলত নিজ ঘৰ উপস্থিত হয় চালক সুনীল।

অৱশ্যে তেওঁক এতিয়া প্ৰশাসনে ১৪ দিনৰ বাবে কোৱাৰান্টেইনত ৰাখিছে।

“অৱশেষত ঘৰ আহি পালোহি, মই এতিয়া সুখী। পত্নীৰ সন্তান প্ৰসৱৰ পাছতে মই দিল্লীৰ কৰ্মস্থলীলৈ উভতি যাম। এতিয়াও শুই থাকিলে মই ট্ৰাকতে শুই থকা যেন অনুভৱ কৰো।” সুনীল কুমাৰে কয়।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd