• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মহিলা নিৰ্যাতনৰ গোচৰৰ শীঘ্ৰে বিচাৰ বিচাৰো’- মুখ্য ন্যায়াধীশৰ কাষত নৰেন্দ্ৰ মোদীৰ মন্তব্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 31, 2024 4:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰজি কৰ কাণ্ডক লৈ দেশত হুলস্থুলৰ সৃষ্টি হোৱা ১৫ আগষ্টত লালকিল্লাৰ পৰা দিয়া ভাষণৰ পাছত পুনৰ মুখ মেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাৰ ওপৰত হোৱা হিংসাৰ ঘটনাটো অতি বেদনাদায়ক আৰু চিন্তাৰ বিষয়। নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে গোচৰ চলোৱাৰ প্ৰয়োজন।

দিল্লীত অনুষ্ঠিত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশ লৈ দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক কাষত বহি মোদীয়ে দেশত নাৰীৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা অত্যাচাৰক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে এনেধৰণৰ অপৰাধ সমাজৰ বাবে অতি চিন্তনীয়। সেয়েহে প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে নাৰী সমাজৰ বিৰুদ্ধে যিকোনো অপৰাধৰ গোচৰ শীঘ্ৰে সমাধান কৰাটো প্ৰয়োজন।

উচ্চতম ন্যায়ালয়ে আয়োজন কৰা এই অনুষ্ঠানত মোদীয়ে কয় যে, যদি নাৰীৰ বিৰুদ্ধে অপৰাধৰ বিচাৰ ক্ষিপ্ৰতাৰে হয়, তেন্তে দেশৰ আধা জনসংখ্যা অৰ্থাৎ ছোৱালীয়ে নিৰাপত্তা অনুভৱ কৰিব। লগতে তেওঁ কয় যে দেশত মহিলাৰ সুৰক্ষাৰ বাবে অসংখ্য আইন আছে। ২০১৯ চনত গৃহীত হৈছিল ফাষ্ট ট্ৰেক ক’ৰ্ট আইন। যাৰ অধীনত প্ৰমাণ সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই ক্ষেত্ৰত জিলা নিৰীক্ষণ সমিতিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি এই সমিতিসমূহ শক্তিশালী কৰাৰ আশ্বাস দিব পাৰোঁ। মই বিচাৰো মহিলা নিৰ্যাতনৰ গোচৰটো যিয়েই নহওক সোনকালে বিচাৰ কৰা হওক। যাতে বাকী মহিলাসকলক অন্ততঃ আশ্বস্ত কৰিব পৰা যায়।

Apply Now

মোদীয়ে জোৰ দি কয় যে দেশত মহিলাৰ সুৰক্ষাৰ বাবে অতি কঠোৰ আইন আছে। কিন্তু আমি সেইবোৰ অধিক সক্ৰিয় বা কাৰ্যকৰী কৰা উচিত। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে এই কথা কোৱাৰ আগদিনা শুকুৰবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মোদীলৈ লিখা দ্বিতীয়খন পত্ৰ যোগে ধৰ্ষণ আৰু হত্যাৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়নৰ দাবী জনায়। চিঠিখনত তেওঁ প্ৰধানমন্ত্ৰীলৈও লিখিছে দৃষ্টান্তমূলক শাস্তি বিচাৰি। পূৰ্বৰ চিঠিখনৰ কোনো সঁহাৰি নোপোৱাৰ অভিযোগো মমতাই প্ৰকাশ কৰে।

অৱশ্যে মমতাৰ চিঠিৰ উত্তৰ দিছে কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে। এইবাৰ মুখ্যমন্ত্ৰীৰ নাম নোলোৱাকৈয়ে প্ৰধানমন্ত্ৰীয়ে অভিযোগৰ উত্তৰ নিজৰ ভাষাত দিলে। পৰ্যবেক্ষকৰ মতে কোনো আইন থাকিলেও সময়মতে প্ৰয়োগ কৰি সক্ৰিয়ভাৱে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এনে গোচৰৰ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাটো গুৰুত্বপূৰ্ণ। যাতে বাৰ্তাটো অপৰাধী আৰু ভুক্তভোগী উভয়ৰে মাজলৈ যায়, চৰকাৰে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত কিমান কঠোৰ হ’ব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd