• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মোৰ জয় নিশ্চিত’: গুৱাহাটীত বিশাল সমদলেৰে অন্তিম প্ৰচাৰত কংগ্ৰেছৰ ববিতা শৰ্মা

সহস্ৰাধিক বাইকেৰে উলিওৱা ৰেলিত বহু সময় আবদ্ধ হৈ থাকিল এম্বুলেন্স

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 21, 2019 3:41 pm
21-04-19 Guwahati- congress road show (15)'I will be won surelly': Guwahati loksabha constituency congress candidate Bobbeeta Sarma

গুৱাহাটীত দেওবাৰে ববিতা শৰ্মাৰ ৰ’ড শ্ব’। ছবি-- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আমাৰ যিসকল কংগ্ৰেছ কৰ্মী আছে, তেওঁলোকৰ উৎসাহ-উদ্দীপনা দেখিলে বুজি পাব আমাৰ জয় নিশ্চিত। ৰাইজৰ সঁহাৰিৰ পৰাও জয়ী হ’ম বুলি নিশ্চিত।”, প্ৰচাৰৰ অন্তিম দিনা দিচপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা জালুকবাৰীলৈকে বাহিৰ কৰা এক বাইক-গাড়ী ৰেলিৰ আগমুহূৰ্তত নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এই মন্তব্য কৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই।

ইয়াৰোপৰি, সাংসদ হিচাপে নিৰ্বাচিত হ’লে গুৱাহাটীৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি দাবী কৰি শৰ্মাই কয়, “গুৱাহাটী মহানগৰীৰ মূল সমস্যা হৈছে খোৱাপানীৰ সমস্যা। আমাৰ চৰকাৰৰ দিনতে খোৱাপানীৰ সমস্যা সমাধানৰ বাবে এখন আঁচনি আনিছিলো যদিও সেইখন কাৰ্য্যকৰী হৈ নুঠিল। পৰৱৰ্তী যি চৰকাৰ আহিল,  তেওঁলোকেও আঁচনিখন কাৰ্য্যকৰী নকৰিলে”।

Apply Now
ববিতা শৰ্মাৰ সমদলত আবদ্ধ এম্বুলেন্স
ববিতা শৰ্মাৰ সমদলত আবদ্ধ এম্বুলেন্স। ছবি- নৰ্থ ইষ্ট নাও।

আনহাতে সাংসদ হিচাপে জয়ী হ’লে বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াবলৈ চেষ্টা কৰিব বুলিও সদৰী কৰে।

দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰজনসাধাৰণে যাতে সেই অৱস্থানৰ পৰা ওপৰলৈ আহিব পাৰে তাৰ বাবে চেষ্টা কৰা, পৰ্য্যটন ক্ষেত্ৰৰ উন্নীতকৰণ, হাজো, বকো, ছয়গাওঁ ইত্যাদি অঞ্চলত সাংস্কৃতিক পৰ্যটন গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা– নিজৰ কাৰ্য্যসূচী হিচাপে দাঙি ধৰে প্ৰাৰ্থীগৰাকীয়ে।

মন কৰিব লগীয়া যে, বাইক ৰেলিৰ সময়তে দিচপুৰ ৰাজধানী মছজিদৰ সমীপত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়, যাৰ ফলত বহু সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয় এখন ৰোগী কঢ়িওৱা এম্বুলেন্স। এম্বুলেন্সখনে চাইৰেন বজাই চাইড বিচাৰে যদিও সন্মুখত বহুসংখ্যক বাইক থকাৰ বাবে প্ৰায় ২০ মিনিট ধৰি আবদ্ধ হৈ থাকে এম্বুলেন্সখন।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰা উক্ত ৰেলিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd