DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্বিলঙত ভাৰতীয় বায়ু সেনা মুৰব্বী; ইষ্টাৰ্ন কমাণ্ডক সষ্টম থকাৰ নিৰ্দেশ

অনুপ শৰ্মা by অনুপ শৰ্মা
August 16, 2019 8:25 pm
IAF chief asks warriors in eastern frontier to remain vigilant

এয়াৰ চ্চিফ মাৰ্শ্বেল ধানৱা। ছবি সৌজন্য-- Deccan Chronicle

3.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বায়ু সেনা মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধান’ৱাই শুকুৰবাৰে শ্বিলংস্থিত ইষ্টাৰ্ন এয়াৰ কমাণ্ড মুখ্যালয় ভ্ৰমণ কৰিছে আৰু সৈনিকসকলক সষ্টম হৈ থকাৰ নিৰ্দেশ দিছে।

অভিযানগত দক্ষতাক অৱমাননা কৰিব খোজা যিকোনো প্ৰচেষ্টাৰ সহজ প্ৰতিৰোধৰ বাবে যোদ্ধাসকলে প্ৰতি মুহূৰ্ততে সতৰ্ক নজৰ ৰখা উচিত বুলি তেওঁ মন্তব্য কৰে।

দুদিনীয়া কমাণ্ডাৰ কনক্লে’ভ উদ্বোধন কৰিবলৈ অহা বায়ু সেনা মুৰব্বীগৰাকীয়ে অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতিৰো বুজ লয়।

আনহাতে, এয়াৰ মাৰ্শ্বালগৰাকীয়ে চ’চিয়েল মিডিয়াত প্ৰচাৰিত ভুৱা খবৰৰ বিৰুদ্ধে সজাগ হৈ থকাৰ বাবেও সৈনিকসকলক সতৰ্ক কৰি দিয়ে।

তেওঁ কয় যে, শাৰীৰিক ভাবুকি প্ৰতিৰোধত নিৰৱচ্ছিন্নভাৱে সষ্টম থাকিবই লাগিব, কিন্তু একে সময়তে চ’চিয়েল মিডিয়াত প্ৰচাৰিত ভুৱা তথ্যৰ অপপ্ৰচাৰৰ বলি নোহোৱাৰ প্ৰতিও সাজু থাকিব লাগিব।

দেশৰ আকাশ সুৰক্ষিত কৰাত যিকোনো কামৰ বাবে অভিযানগতভাৱে প্ৰস্তুত থাকিবলৈ তেওঁ কনক্লে’ভখনত বায়ু সেনাৰ কমাণ্ডাৰসকলক নিৰ্দেশ দিয়ে।

তেওঁ কয় যে ভাৰতীয় বায়ু সেনাৰ প্ৰত্যেকেই দ্ৰুত পৰিৱৰ্তিত উদ্ভাৱন আৰু উন্নত প্ৰযুক্তিৰ সৈতে খাপ খাব পৰা হোৱাটো অত্যন্ত জৰুৰী প্ৰয়োজন।

“আধুনিককৰণৰ লগতে বৰ্তমানৰ বিমান আৰু অস্ত্ৰ-শস্ত্ৰৰ উন্নীতকৰণৰ যোগেদি ভাৰতীয় বায়ু সেনা পৰিৱৰ্তন প্ৰক্ৰিয়াৰ দিশে আগ বাঢ়িছে। কিন্তু, ই লগতে কিছু প্ৰত্যাহ্বানো লৈ আহিছে,” তেওঁ কয়।

বায়ু সেনা মুৰব্বীজনে ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ মুখ্যালয়ৰ অধীন বিভিন্ন অনুশীলনৰ সফল সম্পূৰ্তিৰ শলাগ লয়।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd