DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

এ এন ৩২ ৰ ১৩ জন জোৱান চহিদ হোৱা বুলি বায়ু সেনাৰ আনুষ্ঠানিক ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2019 3:54 pm
last-image-of-AN-32-750x375

এ এন ৩২ কে ২৭৫২ বিমানখনৰ শেষবাৰৰ বাবে দৃশ্যমান ছবি।

2.6k
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ চিয়মি জিলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা এ এন ৩২ত থকা ১৩জন জোৱানক বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাই চহিদ হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

বৃহস্পতিবাৰে বিয়লি বায়ু সেনাই এটা টুইট যোগে যোৱা ৩ জুনত যোৰহাটৰ ৰৰৈয়াৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ উৰা মৰা বিমানখনৰ এজনো বায়ু সেনা জোৱান জীৱিত নাই বুলি নিশ্চিত কৰে।

‘’আঠজনীয়া উদ্ধাৰকাৰী দলে আজি পুৱা দুৰ্ঘটনাস্থলীত উপস্থিত হয়। ভাৰতীয় বায়ু সেনাই দুখেৰে জনাও যে এ এন ৩২ ত থকা এজনো জোৱান দুৰ্ঘটনাটোত বাচিব নোৱাৰিলে,’’- টুইটটোত কোৱা হৈছে।

সাম্ভাৱ্য জীৱিত জোৱানৰ সন্ধানত যোৱা আঠ জনীয়া উদ্ধাৰকাৰী দলটোৱে বুধবাৰে অৰুণাচল প্ৰদেশৰ চিয়মিৰ বায়ু সেনাৰ বিমানখন দুৰ্ঘটনা হোৱা স্থানত উপস্থিত হৈছিল।

কিন্তু উদ্ধাৰকাৰী দলটোৱে পৰ্বতৰ থিয় ঢাল আৰু প্ৰতিকূল বতৰৰ বাবে বুধবাৰে দুৰ্ঘটনাস্থলীত উপস্থিত হ’ব পৰা নাছিল।

মঙলবাৰে বিয়লি বায়ু সেনাৰ এম আই ১৭ হেলিকপ্তাৰেৰে চলোৱা অভিযানত পৰ্বতৰ এটা থিয় ঢালত ৩ জুনত ১৩ গৰাকী আৰোহী সহ সন্ধানহীন হোৱা বিমানখনৰ অৱশিষ্ট প্ৰত্যক্ষ কৰিছিল।

ভাৰতীয় বায়ু সেনাই এই খৱৰ আজি জোৱান কেইগৰাকীৰ পৰিয়ালক জনাইছে।

ভাৰতীয় বায়ু সেনাবাহিনীয়ে দুৰ্ঘটনাটোৰ ফলত প্ৰাণ হেৰুৱাব লগা হোৱা যাত্ৰীসকলৰ পৰিয়ালৰ সৈতে সদায় আছে বুলি মত প্ৰকাশ কৰে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা এ এন ৩২ বিমানখনৰ যাত্ৰীসকল হ’ল ক্ৰমে-

উয়িং কামাণ্ডাৰ জি এম চাৰ্লচ, স্কোৱাৰ্ডন লিডাৰ এইচ বিনোদ, ফ্লাইট লেফটেনেণ্ট মোহিত গাৰ্গ, ফ্লাইট লেফটেনেণ্ট চুমিত মহন্তি, ফ্লাইট লেফটেনেণ্ট আশিষ তানৱাৰ, ফ্লাইট লেফটেনেণ্ট ৰাজেশ থাপা, ৱাৰেণ্ট অফিচাৰ কে কে মিশ্ৰ, কোৰপোৰাল চাৰিন, এয়াৰমেন পংকজ চাংৱান, এয়াৰমেন এচ কে সিং, নন-কোমবাটান্ট ৰাজেশ কুমাৰ আৰু পুতলী।

Recent News

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কৃষক আন্দোলনৰ সমৰ্থন বিচাৰি জ’ বিদেনলৈ পত্ৰ প্ৰেৰণ ৪০জনৰো অধিক আইনজীৱীৰ

কথা পাহৰা ৰোগত আক্ৰান্ত হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেন! চলাই নিব পাৰিবনে আমেৰিকাক?

২৭ আগষ্টত দেশে লাভ কৰিব নতুন  মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd