• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকআপত ৩গৰাকী মহিলাক উলংগ কৰি অত্যাচাৰ চলোৱা আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক নিলম্বন

ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2019 7:00 pm
ফটোৰ উৎস ফেচবুক

ফটোৰ উৎস ফেচবুক

3.9k
VIEWS
Share on FacebookShare on Twitter

আৰক্ষী চকীৰ ভিতৰত ৩ গৰাকীকৈ মহিলাক উলংগ কৰি অমানুষিক নিৰ্যাতন চলোৱাত অভিযুক্ত দৰঙৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাক নিলম্বন কৰা হৈছে।

মহেন্দ্ৰ শৰ্মাৰ লগতে মহিলা কেইগৰাকীক নিৰ্যাতন চলোৱাত তেওঁক সহযোগ কৰা বিনীতা বড়ো নামৰ মহিলা কনিষ্টবল গৰাকীকো নিলম্বন কৰা হয়।

ভুক্তভুগী মহিলা কেইগৰাকীৰ পৰিয়ালে দৰং জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা অভিযোগৰ ভিত্তিত দৰং আৰক্ষীয়ে দুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে বুঢ়া আৰক্ষী চকীত ৰুজু হৈ থকা অপহৰণৰ এটা গোচৰৰ অভিযুক্তক বিচাৰি যোৱা ৯ ছেপ্তেম্বৰত আৰক্ষীৰ এটা দলে গুৱাহাটীৰ ছয়মাইলত অভিযান চলাইছিল। কিন্তু অভিযুক্তক বিচাৰি নাপাই আৰক্ষীয়ে তেওঁৰ তিনিগৰাকী ভগ্নীক সন্ধিয়াৰ পিছত বুঢ়া আৰক্ষী চকীলৈ লৈ গৈছিল।

মহিলা ৩ গৰাকী সংবাদ মাধ্যমক জনোৱা মতে বুঢ়া আৰক্ষী চকীলৈ নি ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই তেওঁলোকৰ ওপৰত অভিযুক্ত ভাতৃক বিচৰাৰ নামত উলংগ কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰা লগতে যৌন নিৰ্যাতনো চলায়।

নিৰ্যাতিতা মহিলা কেইগৰাকীৰ মাজত এগৰাকী দুমাহৰ গৰ্ভৱতী মহিলাও আছিল, কিন্তু বাৰে বাবে কাকুতি-মিনতি কৰাৰ পিছতো ক্ষান্ত নোহোৱা শৰ্মাৰ উপৰ্যুপৰি প্ৰহাৰত গৰ্ভৱতী মহিলা গৰাকীৰ গৰ্ভপাত হয়।

আনহাতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুখ্য মন্ত্ৰীয়ে চেণ্ট্ৰেল ৱেষ্টাৰ্ণ ৰেঞ্জৰ ডি আই জি ব্ৰজেনজিৎ সিংহক ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd