• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আইচিচিৰ নতুন উদ্যোগ! ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2025 7:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বজুৰি বৃদ্ধি পোৱা ক্ৰিকেটৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিয়ে ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপ আয়োজনৰ পৰিকল্পনা কৰিছে। ইটালীৰ সফলতাই এই ক্ষেত্ৰত এক নতুন পথৰ ইংগিত বহন কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থা আইচিচিয়ে ইউৰোপ আৰু আফ্ৰিকাত ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে নতুন পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰিছে। সূত্ৰ অনুসৰি, জয় শ্বাহৰ নেতৃত্বত আইচিচিয়ে টি-২০ বিশ্বকাপত দলৰ সংখ্যা ২০ৰ পৰা ৩২লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। আইচিচিৰ বাৰ্ষিক সভাত এই বিষয়ে বিস্তৃতভাৱে আলোচনা হোৱা বুলি জানিব পৰা গৈছে।

সূত্ৰ মতে, আইচিচিয়ে এই পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে এটা ৬ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰিছে, যাৰ নেতৃত্বত থাকিব নিউজিলেণ্ডৰ ৰজাৰ টছি। এই সমিতিত ভাৰত, ইংলেণ্ড, আৰু অষ্ট্ৰেলিয়াৰ দৰে ক্ৰিকেটৰ শক্তিশালী দেশৰ প্ৰতিনিধিসকলক অন্তৰ্ভুক্ত কৰা হৈছে। শনিবাৰে অনুষ্ঠিত আইচিচিৰ ব’ৰ্ডৰ সভাত ৩২ টা দলৰ বিশ্বকাপৰ প্ৰস্তাৱৰ ওপৰত আলোচনা হৈছে। এই পৰিকল্পনা এতিয়া ৬ জনীয়া সমিতিৰ হাতলৈ প্ৰেৰণ কৰা হৈছে। যদি এই সমিতিয়ে প্ৰস্তাৱত অনুমোদন জনায়, তেন্তে আইচিচিয়ে ৩২ দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনাৰে আগবাঢ়িব। অৰ্থাৎ, ২০২৮ চনৰ টি-২০ বিশ্বকাপ কেৱল সৰ্ববৃহৎ নহয়, ক্ৰিকেটৰ ইতিহাসত অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা হিচাপে পৰিগণিত হ’ব পাৰে।

Apply Now

২০২৬ চনত ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত ২০টা দলে অংশগ্ৰহণ কৰিব। ইটালীৰ দৰে দলসমূহে ইতিমধ্যে এই বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আইচিচিৰ মতে, ইটালীৰ এই সফলতাই প্ৰমাণ কৰিছে যে ইউৰোপ আৰু আফ্ৰিকাৰ দৰে অঞ্চলত ক্ৰিকেটৰ বিকাশৰ সম্ভাৱনা আছে। সেই কাৰণে ক্ৰিকেটৰ শীৰ্ষ নিয়ন্ত্ৰক সংস্থাটোৱে এই অঞ্চলৰ দেশসমূহক বিশ্বমঞ্চত অধিক সুযোগ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে ফ্ৰেঞ্চাইজি লীগৰ আগমনৰ পিছত ক্ৰিকেটৰ জনপ্ৰিয়তা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যিসমূহ দেশত পূৰ্বতে এই খেলাৰ প্ৰতি আগ্ৰহ কম আছিল, সেই দেশৰ মানুহেও এতিয়া ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈছে। মেজৰ লীগ ক্ৰিকেটৰ সফলতাই আইচিচিকো এই দিশত উৎসাহিত কৰিছে, আৰু তেওঁলোকে ক্ৰিকেটক বিশ্বৰ বিভিন্ন প্ৰান্তত আৰু অধিক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে কাম কৰি আছে বুলি মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd