• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডৰ চিকিৎসাত আইচিএমআৰৰ এণ্টিছেৰাই দেখুৱাইছে আশাৰ ৰেঙণি

ঘোঁৰাৰ দেহত পৰীক্ষা চলাই আশাব্যঞ্জক ফলাফল লাভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 2, 2020 4:17 pm

1 min read

andian-scientist
243
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বিজ্ঞানী মহলে  কোভিডৰ দৰৱ অথবা ভেকচিনৰ সন্ধানত দিন-ৰাতি একাকাৰ কৰি দিয়াৰ সময়তে ভাৰতৰ চিকিৎসা গৱেষণা পৰিষদে কোভিডৰ এক বিশেষ চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰি এই বিষয়ত নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

ICMR ৰ চিকিৎসা বিজ্ঞানী ডাঃ সমীৰণ পাণ্ডাই প্ৰকাশ কৰা মতে ICMR-এ   হায়দৰাবাদৰ বায়’ফাৰ্মাচিউটিকেল কোম্পানী Biological E Limited ৰ সহযোগত এবিধ বিশেষ উপাদান প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

এণ্টিছেৰা নামৰ এই উপাদান বিধ কোভিড ৰোগীৰ দেহত বেজীৰ সহায়ত প্ৰৱেশ কৰোৱাই সুফল লাভ কৰিব পৰা যাব বুলি পাণ্ডেই আশা প্ৰকাশ কৰে।

তেওঁ কয় যে এণ্টিছেৰা নামৰ উপাদান বিধ প্ৰথম অৱস্থাত ঘোঁৰাৰ দেহত প্ৰয়োগ কৰি সুফল পোৱা গৈছে।

এণ্টিছেৰাই কোভিড ৰোগীৰ দেহত ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব পৰা এণ্টিবডিৰ সৃষ্টি কৰিব বুলি তেওঁ কয়।

প্ৰথমে জন্তুৰ দেহত পৰীক্ষা কৰাৰ পিছতহে এই উপাদান বিধ মানৱ দেহত প্ৰয়োগ কৰা হব বুলি পাণ্ডেই মন্তব্য কৰে।

তেওঁ লগতে কয় যে উপাদান বিধ মানুহৰ দেহত প্ৰয়োগৰ বাবে ড্ৰাগছ কণ্ট’লাৰ জেনেৰেলৰো অনুমোদনৰ প্ৰয়োজন হ’ব।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd