• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড-১৯ ভাৰতৰ পৰা সংক্ৰমিত হৈছিল; চীনা বিজ্ঞানীৰ গৱেষণাক ভুল আখ্যা চি এছ আই আৰৰ সঞ্চালক প্ৰধানৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 2, 2020 4:35 pm

1 min read

কোভিড-১৯ ভাৰতৰ পৰা সংক্ৰমিত হৈছিল; চীনা বিজ্ঞানীৰ গৱেষণাক ভুল আখ্যা চি এছ আই আৰৰ সঞ্চালক প্ৰধানৰ

ড০ শেখৰ মাণ্ডে

424
VIEWS
Share on FacebookShare on Twitter

চীনৰ বিজ্ঞানীৰ এটা দলে কোভিড-১৯ প্ৰথমে ভাৰতত আৰম্ভ হোৱা বুলি দাবী কৰাৰ পাছত ইয়াৰ প্ৰত্যুত্তৰ দিছে চি এছ আই আৰৰ সঞ্চালক প্ৰধান ড০ শেখৰ মাণ্ডে।

‘‘লানচেটত প্ৰকাশ কৰাৰ বাবে এখন চীনা গৱেষণা পত্ৰ প্ৰেৰণ কৰা হৈছে……এতিয়াও ইয়াৰ পৰ্যালোচনা কৰা হোৱা নায়,’’ ড০ মাণ্ডে কয়।

আনহাতে, চি এছ আই আৰৰ সঞ্চালক প্ৰধান গৰাকীয়ে চীনা বিজ্ঞানী সকলে অতি বেয়া গৱেষণা কৰিছে বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ গৱেষণাৰ প্ৰণালী সম্পুৰ্ণ ভুল বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে, চীনৰ বিজ্ঞানীৰ দল এটাই কোভিড-১৯ ভাইৰাছ ভাৰতৰ পৰা সমগ্ৰ বিশ্বত বিয়পি পৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

চীনৰ বিজ্ঞানীৰ দলটোৰ উক্ত অভিযোগৰ কোনোধৰণৰ প্ৰত্যুত্তৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা দিয়া হোৱা নাছিল।

সমগ্ৰ বিশ্বতে কোভিড-১৯ চীনৰ য়ুহান প্ৰদেশৰ পৰা সংক্ৰমিত হোৱা বুলি প্ৰচাৰিত হৈ আহিছে।

আমেৰিকা, জাপানৰ লগতে বহু কেইখন ৰাষ্ট্ৰই কোভিড-১৯ক কোভিড বুলি কোৱাৰ পৰিৱৰ্তে চীনা ভাইৰাছ বুলিও মন্তব্য কৰিছিল।

বিশ্বত চীনৰ ভাবমুৰ্তি বিনষ্ট হোৱাৰ পাছত বৰ্তমান চীনে উক্ত ভাবমুক্তি ঘুৰাই অনাৰ বাবে অন্য দেশক ইয়াৰ বাবে জগৰীয়া কৰাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd