• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

`গীতমালা’ৰ সেই পৰিচিত কণ্ঠৰ গৰাকী কিংবদন্তি আমিন ছায়ানীৰ ৯১ বছৰত দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2024 2:23 pm
818
VIEWS
Share on FacebookShare on Twitter

কিংবদন্তি ৰেডিঅ’ উপস্থাপক আমিন ছায়ানীৰ দেহাৱসান ঘটিছে। হৃদৰোগত আক্ৰান্ত হৈ ৯১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। বুধবাৰে (২১ ফেব্ৰুৱাৰী) তেওঁৰ পুত্ৰ ৰাজিল ছায়ানীয়ে ছ’চিয়েল মিডিয়াত এই খবৰ সদৰী কৰে।

ৰাজিলে কয় যে তেওঁক মুম্বাইৰ এইচ এন ৰিলায়েন্স হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তেওঁক বচাব পৰা নগ’ল। বৃহস্পতিবাৰে কিংবদন্তিগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

১৯৩২ চনৰ ২১ ডিচেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল আমিন ছায়ানী। “বেহনো ঔৰ ভাইয়ো” – তেওঁৰ সেই সুৰীয়া কণ্ঠ আৰু আকৰ্ষণীয় শৈলীয়ে যুগ যুগ ধৰি দৰ্শকক মোহিত কৰি ৰাখিছিল। সেই কণ্ঠই আজিও প্ৰতিধ্বনিত হৈছে।

২০২৪ চনৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ পুৱাতে তেওঁৰ অনুৰাগীসকল এনে দুখৰ খবৰেৰে আৱেগ গধুৰ হৈ পৰিছে।

তেওঁ ইংৰাজী ভাষাৰ সম্প্ৰচাৰক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আৰু ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ৰেডিঅ’ অনুষ্ঠান’ “গীতমালা”ৰ জৰিয়তে হিন্দী ভাষাত জনপ্ৰিয় হৈ উঠে।

ভাৰতীয় জনসাধাৰণৰ মনোৰঞ্জনৰ মাধ্যম হিচাপেও তেওঁ ৰেডিঅ’ক প্ৰতিষ্ঠা কৰে। ছায়ানীৰ কেৰিয়াৰ প্ৰায় ছয় দশক ধৰি চলিছিল। এই সময়ছোৱাত তেওঁ ৫৪,০০০ৰো অধিক ৰেডিঅ’ অনুষ্ঠান আৰু ১৯,০০০ৰো অধিক নেপথ্য কণ্ঠ প্ৰস্তুত তথা উপস্থান কৰিছিল।

আমিন ছায়ানীয়ে অভিনয়তো পদাৰ্পন কৰিছিল। তেওঁ মুম্বাইত নিয়মিতভাৱে তাৰকাৰে ভৰা অনুষ্ঠানত সঞ্চালনাৰ কামো কৰিছিল। 

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd