• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2026 9:16 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশেষ নিবিড় সংশোধন বা SIRক লৈ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক আখিল গগৈৰ। সোমবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে কথা পাতি গগৈয়ে অভিযোগ কৰে যে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন এতিয়া বিজেপি চৰকাৰৰ হাতত নিৰ্বাচনত প্ৰভাৱ পেলোৱা আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক লক্ষ্য কৰাৰ এক আহিলা হৈ পৰিছে।

গগৈৰ দাবী, SIRৰ নামত অসমত বৃহৎ সংখ্যক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই পেলোৱা হৈছে। তেওঁৰ ভাষ্য অনুসৰি, এই প্ৰক্ৰিয়াই বিজেপিক নিৰ্বাচনত জয়ী কৰোৱা আৰু চৰকাৰ সলনি কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অস্ত্ৰ হিচাপে কাম কৰিব পাৰে।

Apply Now

পশ্চিমবংগত চলি থকা SIRৰ প্ৰসংগ উল্লেখ কৰি আখিল গগৈয়ে অভিযোগ কৰে যে এই প্ৰক্ৰিয়াৰ জৰিয়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰা হৈছে। তেওঁৰ মতে, ভোটাৰ তালিকা সংশোধনৰ এই প্ৰক্ৰিয়াক লৈ ইতিমধ্যে বিভিন্ন স্তৰত দেখা দিছে বহু প্ৰশাসনিক জটিলতা আৰু ভুল।

গগৈয়ে কয় যে SIRৰ জৰিয়তে সৃষ্টি হোৱা সমস্যাই কোনো এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ লোককেই নহয়, বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ সৈতে জড়িত সাধাৰণ ভোটাৰকো প্ৰভাৱিত কৰিব পাৰে। এই প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

দিল্লীত ভোটাৰ তালিকা পৰীক্ষণক কেন্দ্ৰ কৰি প্ৰকাশ পোৱা বিভিন্ন তথ্যৰ কথা উল্লেখ কৰি গগৈয়ে বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নামো উত্থাপন কৰে। তেওঁ প্ৰশ্ন কৰে, “আমাৰ দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী এল কে আদৱানীৰ নাম যদি নাথাকে, তেন্তে কাৰ নাম থাকিব? এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?”

আখিল গগৈৰ এই বক্তব্য এনে এক সময়ত আহিছে, যেতিয়া কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনৰ কাম চলি আছে। এই প্ৰক্ৰিয়াই ভোটাৰৰ অধিকাৰ আৰু ভোটাৰ তালিকাৰ নিৰ্ভৰযোগ্যতাত কেনে প্ৰভাৱ পেলাব পাৰে, তাক লৈ বিভিন্ন ৰাজনৈতিক দলে উদ্বেগ প্ৰকাশ কৰি আহিছে।

আনহাতে, নিৰ্বাচন আয়োগে কৈ আহিছে যে ভোটাৰ তালিকাক অধিক সঠিক আৰু নিৰ্ভুল কৰাৰ বাবেই এই সংশোধন প্ৰক্ৰিয়া চলোৱা হৈছে। যোগ্য ভোটাৰসকলকো নিজৰ নামৰ সন্দৰ্ভত দাবী আৰু আপত্তি দাখিল কৰাৰ সুযোগ দিয়া হৈছে বুলি আয়োগে স্পষ্ট কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd