• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Googleত লাচিত বৰফুকন search কৰিলে কিয় ওলায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2020 10:05 am
Sarbananda Barphukan
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান ইন্টাৰনেটৰ যুগত google search engine অবিহনে ডিজিটেল বিশ্বৰ সৈতে সম্পৰ্কৰ কথা প্ৰায় কল্পনাই কৰিব নোৱাৰি।

ইন্টাৰনেটৰ সৈতে সম্পৰ্ক ৰখা প্ৰতিজন ব্যক্তিয়ে গুগলৰ মাধ্যমেৰেই জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি আহিছে।

Apply Now

স্বাভাৱিকতেই বিজ্ঞান-প্ৰযুক্তি নিৰ্ভৰ সাম্প্ৰতিক সময়ত গুগলৰ ওপৰত মানুহৰ অগাধ বিশ্বাস গঢ়ি উঠিছে।

গুগলক বৰ্তমান সময়ত বহুতেই এক জীৱন্ত বিশ্বকোষ হিচাপেও বিবেচনা কৰে।

গুগলে কেৱল সমসাময়িক বিশ্বৰ তথ্য দাঙি ধৰাই নহয়, লগতে ই ইতিহাসকে ধৰি বিভিন্ন বিষয়ৰ জ্ঞানৰ ভাণ্ডাৰ হিচাপেও অনুসন্ধিৎসু লোকৰ উৎস হৈ পৰিছে।

বিশ্বৰ কোটি কোটি লোকৰ বিশ্বাস আৰু নিৰ্ভৰতাৰ উৎস গুগলত প্ৰকাশিত কোনো ভুল তথ্য বা ছবিয়ে স্বাভাৱিকতেই সুধীজনক বিপথে পৰিচালিত কৰিব পাৰে।

এনে এক ভ্ৰান্তিৰ কথাকে আমি এতিয়া আঙুলিয়াই দিব খুজিছো।

Story-4-inside

গুগলত অসমৰ ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ বীৰ লাচিত বৰফুকনৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ কোনোবাই যদি ক্লিক কৰে, তেতিয়াই ৱিকিপিডিয়াকে ধৰি তেওঁৰ বিষয়ে বৰ্ণিত হোৱা পেজবোৰ স্ক্ৰীণত ভাহি উঠে।

কিন্তু উক্ত পেজখন চকুৰ সন্মুখত ভাহি উঠাৰ সময়তে আপুনি লক্ষ্য কৰিব যে পেজখনত লাচিত বৰফুকনৰ ঠাইত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটোখন লগোৱা আছে।

গুগলৰ কাৰিকৰী ত্ৰুটীৰ বাবেই এনে হৈছে নে আন কিবা কাৰণত হৈছে সেয়া অৱশ্যেই জনা নাযায়। কিন্তু অসমৰ ইতিহাসৰ এগৰাকী স্বনামধন্য বীৰৰ পৃষ্ঠাত ঘটা এনে ত্ৰুটী দুৰ্ভাগ্যজনক।

স্বাভাৱিকতেই এই বিষয়টোৱে মুখ্য মন্ত্ৰীগৰাকীৰ মৰ্যাদাকো আঘাত হানিছে বুলি ক’ব পাৰি।

দেশ-বিদেশৰ অনুসন্ধিৎসু জ্ঞান অন্বেষণকাৰীৰ মনত বহুৱাব পৰা সাঁচটোৰ কথাও আমি উপলব্ধি কৰা উচিত।

এতিয়া এইক্ষেত্ৰত অসম চৰকাৰে গুগল কৰ্তৃপক্ষক বিষয়টো অৱগত কৰি শুধৰণিৰ ব্যৱস্থা কৰাটো উচিত নহ’বনে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm
এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm
এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd