• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ কয়লা খনন সন্দৰ্ভত ৰাইজৰ হাতত কিবা তথ্য থাকিলে আৰক্ষী অথবা চৰকাৰৰ ওচৰত দাখিল কৰক : ৰঞ্জিত দাস

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 1, 2020 7:55 pm
ৰঞ্জিত দাসৰ সংবাদমেল

ৰঞ্জিত দাসৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘সচেতন নাগৰিকৰ ওচৰত অবৈধ কয়লা খননৰ সন্দৰ্ভত কিবা তথ্য থাকিলে আৰক্ষী অথবা চৰকাৰক অভিযোগ দাখিল কৰক। চৰকাৰে এই সম্পৰ্কে তদন্ত কৰি দোষী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব,’’ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

‘‘দিহিং-পাটকাই বৰ্ষাৰণ্যত অবৈধ কয়লা খননৰ প্ৰকৃত সত্য জানিবলৈ বিজেপিৰ তিনি গৰাকী নেতাক দায়িত্ব অৰ্পণ কৰিছো। ইতিমধ্যে এই তিনি গৰাকী নেতাই এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে। প্ৰতিবেদনখন চোৱাৰ পিছত চৰকাৰে এই বিষয়ৰ ওপৰত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব,’’ ৰঞ্জিত দাসে কয়।

Apply Now

ৰঞ্জিত দাসে সংবাদমেলত অসমবাসী ৰাইজক কাৰোবাৰ ওচৰত যদি অবৈধ কয়লা খনন সন্দৰ্ভত কিবা তথ্য আছে আৰক্ষী অথবা চৰকাৰৰ ওচৰত দাখিল কৰাৰ বাবে আহ্বান জনায়।

ইপিনে, ৰাজ্যত দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ অনুমতিৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিবাদৰ লগতে অবৈধভাবে চলি থকা কয়লা খননৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে।

বিভিন্ন দল-সংগঠনৰ লগতে অসমৰ সচেতন ৰাইজেও অবৈধ কয়লা খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে।

আনহাতে, কৃষক নেতা অখিল গগৈ সন্দৰ্ভত ৰঞ্জিত দাসে কয় ‘‘অখিল গগৈৰ বিষয়টো আইনৰ অন্তৰ্গত । আইনে আইনৰ হিচাপে ব্যৱস্থা গ্ৰহণ কৰিছে।’’

দেশত ক’ৰ’না ভাইৰাছৰ আতংক অব্যাহত থকাৰ বাবে বিজেপি দলে আগন্তক সময়ত ডিজিটেল মাধ্যমেৰে ৰাইজৰ লগত সংযোগ স্থাপন কৰিব বুলি জানিব দিয়ে অসম ৰাজ্যিক বিজেপিৰ সভাপতি দাসে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd