DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, December 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই আই টি গুৱাহাটীৰ অধ্যাপক, নদীবান্ধ বিশেষজ্ঞ কমিটিৰ সদস্য চন্দন মহন্তৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2023 11:48 am
14.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ শৈক্ষিক জগতৰ এগৰাকী বিশিষ্ট ব্যক্তি, নদীবান্ধ বিশেষজ্ঞ কমিটিৰ অন্যতম সদস্য অধ্যাপক চন্দন মহন্তৰ মঙলবাৰে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) গুৱাহাটীৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ।

তেওঁ আইআইটি গুৱাহাটীৰ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীন আৰু চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ লগতে চেন্টাৰ ফৰ এনভাইৰনমেন্টৰ মুৰব্বী হিচাপে সেৱা আগবঢ়াইছিল।

তেওঁ বিগত ২ বছৰ ধৰি ব্ৰেইন টিউমাৰ গ্লাইবাষ্টমাত আক্ৰান্ত হৈ আছিল। চিকিৎসা চলি আছিল যদিও অৱশেষত তেওঁ মৃত্যুৰ ওচৰত হাৰ মানে।

গুৱাহাটী আইআইটিৰ প্ৰতিষ্ঠাকালৰ দিনবোৰত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নদী বিজ্ঞান আৰু জল বহনক্ষমতাৰ বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পৰ ক্ষেত্ৰত তেওঁৰ অৱদান বিস্তৃত আছিল।

তেওঁ উত্তৰ-পূব ভাৰতীয় জলবিজ্ঞানৰ বিষয়ক অধ্যয়নত নিজৰ কেৰিয়াৰ উৎসৰ্গা কৰিছিল আৰু অগণন শিক্ষাৰ্থীক সামগ্ৰিকভাৱে সমাজৰ কল্যানমুখী লক্ষ্যত উপনীত হ’বলৈ প্ৰেৰণা দিয়াৰ লগতে উৎকৃষ্ট গৱেষণাৰ বাবে পথ প্ৰদৰ্শন কৰিছিল।

শিক্ষাৰ্থী সমাজৰ অন্তৰত অধ্যাপক মহন্তই এক বিশেষ স্থান দখল কৰিছিল।  সেয়েহে, তেওঁৰ অসুস্থতাৰ সময়ত গুণমুগ্ধসকল সদায় কাষত আছিল।

এগৰাকী উৎসৰ্গিত শিক্ষাবিদ, ক্ৰান্তদৰ্শী চিন্তাৰ বাহক অধ্যাপক মহন্তৰ বিয়োগত শৈক্ষিক সমাজত গভীৰ শোকৰ ছাঁ পৰিছে।

Recent News

ঘূৰ্ণীবতাহ মিগজাউম: চেন্নাইত ধাৰাসাৰ বৰষুণ, ৫ জন লোকৰ মৃত্যু; বন্ধ বিমানবন্দৰ

ঘূৰ্ণীবতাহ মিগজাউম: চেন্নাইত ধাৰাসাৰ বৰষুণ, ৫ জন লোকৰ মৃত্যু; বন্ধ বিমানবন্দৰ

বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

হিংসাৰ জুই নুমুওৱা নাই! পুনৰ ৰক্তাক্ত মণিপুৰ; গোষ্ঠী সংঘৰ্ষত মৃত্যু ১৩ জনৰ

হিংসাৰ জুই নুমুওৱা নাই! পুনৰ ৰক্তাক্ত মণিপুৰ; গোষ্ঠী সংঘৰ্ষত মৃত্যু ১৩ জনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd