• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বগীবিল দলঙেৰে নিশা চালান বিহীন অবৈধ বাহন : টি এম পি কেই জব্দ কৰিলে ২০খন ট্ৰাক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2018 12:40 pm
bogi-1068x601-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা তিনি দিন ধৰি নিশাৰ ভাগত বগীবিল দলঙৰ ওপৰেদি চালানবিহীন অবৈধ শিল, বালি কঢ়িওৱা ট্রাক চলাচলক কেন্দ্র কৰি টি এম পি কে আৰু ঠিকাদাৰৰ মাজত সংঘাত চলি আছে। বগীবিল দলঙৰ নির্মাণৰ দায়িত্বত থকা এইচ চি চিয়ে এমাহ পূর্বে শিল, বালিৰ কাম সম্পূর্ণ কৰাৰ পাছত শিল, বালি কঢ়িয়াই নিয়াৰ কাম বন্ধ কৰে। কিন্তু ইয়াৰ পাছত আৰ ৱাই চি নির্মাণকাৰী সংস্থাই বিগত তিনি দিন ধৰি বগীবিল দলঙৰ ওপৰেদি নিশাৰ ভাগত ট্রাক পাৰ কৰাৰ ফলত নির্মাণকার্য স্তব্ধ হৈ পৰিছে।

জানিব পৰা মতে, এইচ চি চিৰ বাহনৰ বাহিৰে কোনো ধৰণৰ বাহন দলঙৰ ওপৰেদি পাৰ হ’ব নোৱাৰে বুলি ৰে’ল বিভাগে নির্দেশনা থকাৰ পাছতো নিশাৰ ভাগত আৰ ৱাই চিৰ বাহন বন বিভাগৰ আশীর্বাদত গোপনে চিলাপথাৰ হৈ ডিব্রুগড়লৈ পাৰ হোৱাক কেন্দ্র কৰি টি এম পি কেই সোমবাৰে ২০খন ট্রাক জব্দ কৰে ৷

Apply Now

ৰে’ল বিভাগৰ একাংশ বিষয়া, বন বিভাগৰ সহযোগত নিশাৰ ভাগত গোপনে বগীবিল দলং হৈ শিল, বালি কঢ়িয়াই নিয়া ট্রাক পাৰ হোৱা বুলি টি এম পি কেই প্রতিবাদ সাৱ্যস্ত কৰিছে ৷ নিশাৰ ভাগত চলা এই ট্ৰাকসমূহ অবৈধ বুলি দাবী কৰিছে সংগঠনটোৱে ৷

আনহাতে, চৰকাৰীভাৱে মুকলি কৰাৰ পূর্বেই ছিণ্ডিকেট চক্রই বগীবিল দলং মুকলি কৰাৰ অভিযোগ উঠিছে। বগীবিল দলঙৰ ওপৰেদি বিগত ৫ দিন ধৰি শ শ অবৈধ শিল, বালি কঢ়িওৱা ট্রাক নিশাৰ ভাগত পাৰ হোৱাক কেন্দ্র কৰি দেওবাৰে মাজনিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতে আৰক্ষী, অৰ্দ্ধ সামৰিক বাহিনী, আৰপিএফে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে যদিও তাৰ পাছতো ট্রাকৰ চলাচল অব্যাহত থাকে৷

ইপিনে বগীবিল দলঙৰ নির্মাণকাৰী সংস্থা এইচ চি চিৰ তত্ত্বাৱধায়ক, দক্ষিণপাৰৰ দায়িত্বত থকা উপ মুখ্য অভিযন্তা আৰু সহকাৰী অভিযন্তাৰ ছত্ৰছায়াতে ছিণ্ডিকেট চলাৰ অভিযোগ তুলিছে টি এম পি কেই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd