• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিলিং নৈত অবৈধ বালি খনন ,নীৰৱ বন বিভাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 11, 2020 11:46 am
a pp
275
VIEWS
Share on FacebookShare on Twitter

দেশৰ উচ্চতম ন্যায়ালয়ৰ নিষেধ্যাজ্ঞা স্বত্বেও মৰিগাঁও জিলাৰ ধৰমতুল বন বিষয়া কাৰ্যালয়ৰ অধীনৰ তথা জাগীৰোড বিট অফিচৰ গাতে লাগি থকা আমলিঘাটৰ ঐতিহ্যমণ্ডিত সীতা জখলা অঞ্চলৰ কিলিং নৈত অদ্যপি অব্যাহত আছে অবৈধ বালি খনন।

এই ক্ষেত্ৰত স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি এচাম অসাধু বালি মাফিয়াই অহৰ্নিশে কিলিং নৈত চলাই আহিছে অবৈধ বালি খনন পৰ্ব।

সংশ্লিষ্ট বিভাগৰ অনুমতিহীনভাৱে কেৱল ধন বল আৰু বাহু বল প্ৰয়োগ কৰি এটা দুষ্ট চক্ৰই ধাৰাবাহিকভাৱে চলাই আহিছে এনে লুণ্ঠন কাৰ্য।

সীতা জখলা অঞ্চলৰ কিলিং নৈৰ বুকুৰ পৰা মেচিনেৰে এনেদৰে বালি উঠোৱাৰ ফলত সম্প্ৰতি নৈ খন প্ৰৱল গড়াখহনীয়াৰ কৱলত পৰাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ।

স্মতৰ্ব্য যে বহু দিন ধৰি সীতা জখলা,গোভা আদি অঞ্চলত কিলিং নৈৰ বুকুৰ পৰা মেচিনেৰে বালি উঠোৱা কাৰ্যত সাৰ-পানী যোগাই আহিছে বন বিভাগৰে এছাম ঘোচখোৰ বিষয়া কৰ্মচাৰীয়ে ।

যাৰ পৰিপ্ৰেক্ষিতত একাংশ অনুমতি প্ৰাপ্ত লোক ভীষণ সমস্যাত পৰিছে ।তাৎপৰ্যপূৰ্ণ বিষয় এয়ে যে মন্ত্ৰীৰ ঘনিষ্ঠ লোক কেইজনমানে নিজৰ ৰাজনৈতিক প্ৰভাৱ দেখুওৱাই সমগ্ৰ অঞ্চলটোত চলাই আহিছে বালি খননৰ মাফিয়াৰাজ ।

বিভাগীয় বিষয়া,কৰ্মচাৰীক লাখ-লাখ টকা উৎকোচ দি পকেটস্থ কৰা বুলিও উঠিছে আন এক অভিযোগ ।সেয়ে অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থৰ খাতিৰত অতি শীঘ্ৰে বালি মহলৰ এনে চক্ৰক উৎখাত কৰা লগতে জনবিৰোধী এনে কাৰ্যৰ বাবে শাস্তিৰ প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা চৰকাৰলৈ দাবী জনাইছে ভূক্তভোগী ৰাইজে ।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd