• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত অবৈধভাৱে বালি সৰবৰাহৰ বিৰোধিতা নগাঁও-মৰিগাঁও ট্ৰাক মালিক সন্থাৰ

নগাঁও বন সংমণ্ডল বিষয়াক স্মাৰকপত্ৰ দাখিল নগাঁও-মৰিগাঁও জিলা ব্যৱসায়ী ট্ৰাক মালিক সন্থাৰ

NE NOW NEWS মুৰুলী বৰুৱা
নগাঁও , December 22, 2020 8:15 pm

1 min read

IMG_20201222_195525
142
VIEWS
Share on FacebookShare on Twitter

নগাঁৱত দীৰ্ঘদিন ধৰি অবৈধভাৱে বালি সৰবৰাহ কৰি থকাৰ অভিযোগ সৰ্বত্ৰ উঠিছে।

বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ ছত্ৰছায়াতে দীৰ্ঘদিন ধৰি জিলাখনৰ বিভিন্ন স্থানত বালি সৰবৰাহ হৈ আছে।

শেহতীয়াকৈ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে নগাঁও-মৰিগাঁও জিলা ব্যৱসায়ী ট্ৰাক মালিক সন্থাই।

এক অসাধু চক্ৰই মধ্য অসমৰ বিভিন্ন মহলৰ পৰা নিৰ্দিষ্ট পৰিমাণতকৈ অত্যধিক পৰিমাণৰ বালি সৰবৰাহ কৰি এক ছিণ্ডিকেট চলাই থকাৰ অভিযোগ উত্থাপন কৰি নগাঁও-মৰিগাঁও জিলা ট্ৰাক মালিক সন্থাই আজি নগাঁও বন সংমণ্ডল বিষয়াক স্মাৰক পত্ৰ দাখিল কৰি তদন্তৰ দাবী জনায়।

ট্ৰাক মালিক সন্থাৰ অভিযোগ অনুসৰি এই অসাধু চক্ৰটোৱে অবৈধভাৱে ডাম্পাৰ আৰু ট্ৰাকৰ জৰিয়তে কাৰ্বি আংলং, হোজাই, বৈঠালাংছ’,

আঁহতগুৰি, ৰাম বাংলা, হাওৰাঘাট, ডবকা, চিলতমাৰী আদিৰ পৰা নিৰ্দ্ধাৰিত ৯ চিমতকৈ অধিক পৰিমাণৰ বালি কঢ়িয়াই ৰাজহ ফাঁকি দিয়াৰ উপৰিও বাট-পথ বিধ্বস্ত কৰি আহিছে।

ফলত কম দিনতে ৰাস্তা ঘাটসমুহ বিধ্বস্ত হোৱাত বিশেষকৈ ছাত্ৰ-ছাত্ৰী আহ-যাহ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে।

যাৰ বাবে সমগ্ৰ বিষয়টো তদন্ত কৰি এই অবৈধ বেহা বন্ধ কৰিবলৈ দাবী জনাইছে নগাঁও-মৰিগাঁও জিলা ব্যৱসায়ী ট্ৰাক মালিক সন্থাৰ সভাপতি ৰঞ্জিত লস্কৰ আৰু সম্পাদক হৰেন বৰুৱাই।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd